• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

(যিহেতু আখৰ মূলতঃ নৰ্থ লখিমপুৰ কলেজৰ কেইজনমান ছাত্ৰৰ এক বিনম্ৰ প্ৰয়াস গতিকে এই শিতানটোৰ জৰিয়তে আমি অসমৰ প্ৰথম আৰু একমাত্ৰ স্বায়ত্বশাসিত মহাবিদ্যালয়খনৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছো৷ প্ৰস্তাৱনা সংখ্যাৰ খবৰসমূহ প্ৰনত ৰাজখোৱাৰ সৌজন্যত প্ৰকাশ কৰা হ’ল৷

১) ২০ জানুৱাৰী, ২০১৫ৰ পৰা মহাবিদ্যালয় সপ্তাহ আৰম্ভ হব৷)

২) ২৮ জানুৱাৰী, ২০১৫ৰ পৰা ৩১ জানুৱাৰী, ২০১৫ পৰ্যন্ত মহাবিদ্যালয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ অনুষ্ঠিত হব৷

৩) মহাবিদ্যালয়ৰ সাহিত্য শাখাৰ উদ্যোগত যোগানন্দ বৰগোঁহাই স্মাৰক আন্তঃ মহাবিদ্যালয় গল্প আৰু কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ (লেখা জমা দিয়াৰ শেষ তাৰিখ ৩০-০১-২০১৫, ফলাফল প্ৰকাশ হ’ব ফেব্ৰুৱাৰী, ২০১৫ৰ শেষ সপ্তাহত৷)