• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)


শিতানটোৰ বিষয়ে

'চিত্ৰশিল্প' শীৰ্ষক এই শিতানটোৰ জৰিয়তে নতুন প্ৰজন্মৰ চিত্ৰশিল্পীসকলক এখন মঞ্চ প্ৰদান কৰাৰ চেষ্টা কৰা হৈছে। ইচ্ছুক শিল্পীসকলে তেওঁলোকৰ শিল্পকৰ্মসমূহ আমালৈ প্ৰেৰণ কৰিব পাৰিব। এইক্ষেত্ৰত কমেও দুখন ছবি পঠিয়াব লাগিব। ফ'টো আকাৰে প্ৰেৰণ কৰা ছবিও গ্ৰহণযোগ্য হ'ব। ( আপোনাৰ ছবি পঠিয়াবলৈ ইয়াত ক্লিক কৰক )৷

সূৰ্য বৰুৱা
অংকণ ৰত্ন অৰ্হতা সম্পন্ন সূৰ্য বৰুৱা ধেমাজিৰ মেকবেথ ফাইন আৰ্ট একাডেমীৰ অধ্যক্ষ৷
অনুসূয়া হাজৰিকা
অনুসূয়া হাজৰিকা নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰী৷
বিজু হাজং
বিজু হাজং নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ৷
সুভম ধৰ
সুভম ধৰ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ৷