• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)
শিতানটোৰ বিষয়ে

ফটোগ্ৰাফী শিতানটোৰ মাধ্যমেৰে নতুন প্ৰজন্মৰ ফটোগ্ৰাফাৰসকলক এখন মঞ্চ ‘আখৰ’ৰ জৰিয়তে প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে৷ ( আপোনাৰ ফটো পঠিয়াবলৈ ইয়াত ক্লিক কৰক )৷

দেৱাশীষ নন্দীৰ ফটোগ্ৰাফী
দেৱাশীষ নন্দী
দেৱাশীষ নন্দী দৰং মহাবিদ্যালয়ৰ ছাত্ৰ৷ ফটোগ্ৰাফী তেওঁৰ অভিৰুচি৷ ফটোগ্ৰাফীৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নথকা ছাত্ৰজনৰ অপেচাদাৰী ফটোগ্ৰাফীয়ে ইতিমধ্যে বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷






হিৰণ্য নেওগৰ ফটোগ্ৰাফী
হিৰণ্য নেওগ
হিৰণ্য নেওগ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ৷ সম্ভাৱনাপূৰ্ণ ছাত্ৰজনৰ ফটোগ্ৰাফী হ’ল প্ৰধান অভিৰুচি৷







এৰিণা গগৈৰ ফটোগ্ৰাফী
এৰিণা গগৈ
এৰিণা গগৈ ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰী৷







সৌৰভ কুমাৰ বৰুৱাৰ ফটোগ্ৰাফী
সৌৰভ কুমাৰ বৰুৱা
সৌৰভ কুমাৰ বৰুৱা নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ৷







কেটন কৌশিকৰ ফটোগ্ৰাফী
কেটন কৌশিক
ৰঞ্জিত শৰ্মা একাডেমী(মঙ্গলদৈ)ৰ ছাত্ৰ৷







প্ৰণত ৰাজখোৱাৰ ফটোগ্ৰাফী
প্ৰণত ৰাজখোৱা
নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ৷