• news (1)
  • news (2)
  • news (3)
  • news (4)
  • news (5)
  • news (6)
  • news (7)
  • news (8)
  • news (9)

লেখা পঠাবলৈ প্ৰয়োজনীয় নিয়মৱালী

১) লিখনিসমুহ মৌলিক হোৱাটো বাঞ্ছনীয় ।
২) ইউনিক'ডত লিখি জমা দিয়া তথা এক নং নিয়মটো মানি চলা লিখনি সমূহক বেছি অগ্ৰাধিকাৰ দিয়া হ'ব ।
৩) লিখকৰ সম্পূৰ্ণ ঠিকনা দিয়াটো বাধ্যতামূলক ।
৪) এবাৰত এটাতকৈ অধিক লিখনিও গ্ৰহণযোগ্য হ'ব ।
৫) লিখনিটো কি বিভাগৰ অন্তৰ্গত সেইটো লগতে উল্লেখ কৰিব লাগিব । যেনে:গল্প, প্ৰবন্ধ,কবিতা, উপন্যাসিকা,উপন্যাস,ব্যংগ-ৰচনা,লিমাৰিক ইত্যাদি।
৬) লিখনিৰ লগত প্ৰকাশৰ বাবে ফটো নিজে পঠালে সেয়াও গ্ৰহণযোগ্য হ'ব ।
৭) প্ৰকাশিত লেখাৰ যিকোনো মন্তব্যৰ বাবে লেখক দায়বদ্ধ হ'ব ।
৮) লেখাসমূহ পূৰ্বে প্ৰকাশিত হব নালাগিব।
৯)ফটোগ্ৰাফী, চিত্ৰশিল্প আৰু কাৰ্টুন শিতানৰ বাবে প্ৰেৰণ কৰা ফ'টোসমূহৰ 'ৰিজলিউচন' ভাল হোৱা উচিত।