লেখক, লেখিকা আৰু শিল্পী পৰিচিতি

লেখক, লেখিকা আৰু শিল্পী পৰিচিতি

কমল কুমাৰ তাঁতী : বিশিষ্ট কবি-লেখক তথা সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ, ‘University of Technology and Management’, শ্বিলং

অৰবিন্দ ৰাজখোৱা: বিশিষ্ট লেখক-সমালোচক তথা সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

ইচমিৰেখা সন্দিকৈ: সহকাৰী অধ্যাপিকা, শিক্ষা বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

ইন্দ্ৰনীল গায়ন: উদীয়মান কবি-ফ’টোগ্ৰাফাৰ, নগাওঁ, অসম

ভূষণ পাঠক: নিয়মীয়া বাৰ্তাৰ নিয়মীয়া লেখক, গুৱাহাটী বিশ্ববিদ্যালয়

সৌৰভ কুমাৰ বৰুৱা: উদীয়মান কবি, নগাওঁ মহাবিদ্যালয়, নগাওঁ

প্ৰাণজিত বৰুৱা: নৰ্থ লখিমপুৰ, অসম

মনোৰঞ্জন দত্ত : ঢকুৱাখনা, লখিমপুৰ

ডন সোনোৱাল : গোগামুখ, ধেমাজি

ইলিনা চেতিয়া : ভূতত্ত্ব বিভাগ, কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়

উৎপল চাংমাই : ডিব্ৰুগড়, অসম

নয়নতৰা ভূঞা : অসমীয়া বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

তুলিকা হাজৰিকা : ৰাজনীতি বিজ্ঞান বিভাগ, নৰ্থ লখিমপুৰ মহাবিদ্যালয়

পূজা বৰুৱা : নাৰায়নপুৰ, লখিমপুৰ

জ্যোতিষ্মান দাস : ঢকুৱাখনা, লখিমপুৰ

সমুজ্জ্বল শইকীয়া : চিচিবৰগাওঁ, ধেমাজি

পংকজ দত্ত : ধেমাজি

ইন্দাণী গগৈ : জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট,যোগানন্দ বৰগোহাঁই স্মাৰক সাহিত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী *

গায়ত্ৰী গগৈ : ইংৰাজী বিভাগ, লখিমপপুৰ বালিকা মহাবিদ্যালয়, যোগানন্দ বৰগোহাঁই স্মাৰক সাহিত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী *

গৰিমা গাওঁখোৱা : গুৱাহাটী বিশ্ববিদ্যালয়, যোগানন্দ বৰগোহাঁই স্মাৰক সাহিত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী *

মানস প্ৰতীম শৰ্মা : যোগানন্দ বৰগোহাঁই স্মাৰক সাহিত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী *

এৰিণা গগৈ : ইলেক্টনিকছ বিভাগ, ধেমাজি মহাবিদ্যালয়

দুলেন গগৈ : গোগামুখ, ধেমাজি

পাৰ্থ প্ৰতিম কাশ্যপ : ৰঙিয়া, যোগানন্দ বৰগোহাঁই স্মাৰক সাহিত্য প্ৰতিযোগিতাৰ প্ৰতিযোগী *

অনুসূয়া হাজৰিকা : হিন্দুগাওঁ , লখিমপুৰ

ভাস্কৰ ভূঞা :ফুলবাৰী,লখিমপুৰ


[(*) – নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সাহিত্য শাখাৰ উদ্যোগত আয়োজিত যোগানন্দ বৰগোহাঁই সাহিত্য প্ৰতিযোগিতা-২০১৫ ৰ অংশগ্ৰহণকাৰীসকলৰ পৰা নিৰ্বাচিত কেইজনমানৰ কবিতা আৰু গল্প আখৰৰ এই সংখ্যাত প্ৰকাশ কৰা হৈছে (- সম্পাদক)।]