গল্প


কাৰণটো এইটোৱেই যে দুয়োজন বন্ধু লগ হোৱাৰে পৰাই এইমাত্ৰ এখন বেচ অন্তৰংগ আলাপ আৰম্ভ হৈ গ’ল। তেনে সময়ত পৰিবেশটো ইমানেই জমি উঠিল যে কোনো শ্ৰেষ্ঠ দাৰ্শনিকৰ তত্বগধুৰ আলোচনাকো আপুনি নিৰিবিলি সময়ত পাহৰি যাবলৈ চেষ্টা কৰিব। আন্দাজ কৰি ল’ব পাৰে, কি এক দামী আড্ডা এই সময়ত তেওঁ...


সুহুৰি এটা ওঁঠত লৈ সেন্দুৰীয়া বেলিটো অট্টালিকাৰ অৰণ্যখনত হেৰাই যাব ধৰিছে ক্রমশঃ আৰু মই এটা গপ্লৰ প্ৰসৱ বেদনাত চট্ফটাই আছোঁ। চুলিত হাত বুলাইছোঁ, গাত লৈ থকা শ্বলখন নখেৰে আঁচুৰিছোঁ আৰু উচ্চাৰণ কৰিছোঁ কিছুমান অস্পষ্ট অসম্পন্ন অসংলগ্ন শব্দ। হাতত নোটপেড এখন লৈ জেৰিণ মোৰ কাষতে থিয় হৈ ...


মুহূৰ্তৰ ভিতৰতে বতাহৰ সোঁ সোঁৱনি বাঢ়ি আহিল, আকাশৰ ডাৱৰখিনি সঘনে নিজৰ স্থান সলনি কৰি আকৃতি সলাবলগীয়া হ’ল। গছবোৰে আউলি বাউলি হৈ বতাহৰ গতি আৰু দিশৰ ওচৰত নিজকে সঁপি দিলে, ক’ৰবাত আওঁজাই থোৱা টিনপাত দুখিলা মাটিত পৰি ডাঙৰকৈ শব্দ হোৱাৰ সময়তে কেমেৰাৰ ফ্লাচৰ দৰে বিজুলী এচমকাই দেখা দিলে, যেন...


কেভিনে বৰ আগ্ৰহেৰে গৰমৰ দিনকেইটাৰ বাবে অপেক্ষা কৰি আছিল। কাৰণ তাৰ মাকে বন্ধৰ দিনত তাৰ বাবে এটা ডাঙৰ চাৰপ্ৰাইজ দিয়াৰ কথা আছে। কেভিনে তাৰ খবৰ কাগজৰ টুকুৰা লগোৱা বহীখন উলিয়াই সি প্ৰয়োজন বুলি ভবা খবৰবোৰ লগাবলৈ ধৰিলে। তাৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে আৰু ভাললগা গৰম বন্ধৰ দিনকেইটা আহি পৰিছে...


দেউতাকৰ ড্ৰয়াৰত পোৱা সেই বিশেষ ডায়েৰীখনে বিষ্ণুপ্ৰিয়াৰ জীৱনৰ এটা ডাঙৰ অথচ গোপন সত্য উন্মোচন কৰিলে। তাই বুজিলে এইজন দেৱতাসদৃশ মানুহক তাই বহুত দুখ দিছে। বিষ্ণুপ্ৰিয়াৰ দুগালেদি চকুলো ববলৈ ধৰিলে।

:মামুন গা বেয়া নেকি? চাওঁ-চকুকেইটাচোন ফুলা লুচিৰ দৰে হৈ আছে! গা বেয়া যদি...

শিতানসমূহ