লেখক, লেখিকা আৰু শিল্পী পৰিচিতি

সমাদৃতা গোস্বামী : ডিব্ৰুগড়, অসম

বিতুপন শইকীয়া: প্ৰাক্তণ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

অমৰজ্যোতি ভূঞাঃ প্ৰাক্তণ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

সমুজ্জল শইকীয়াঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

দেৱানন্দ নাথঃ প্ৰাক্তণ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

সৌৰভ কুমাৰ বৰুৱা: উদীয়মান কবি, নগাওঁ মহাবিদ্যালয়, নগাওঁ

ডিম্পল চমুৱাঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

চিমি কোঁৱৰঃ ছাত্ৰী, শিৱসাগৰ মহাবিদ্যালয়

প্ৰাৰ্থনা বৰুৱাঃ ছাত্ৰী, হার্হি মহাবিদ্যালয়

অৰুণজ্যোতি শইকীয়াঃ বৰদলনি মহাবিদ্যালয় *

ভাস্কৰ শইকীয়াঃ কলিয়াবৰ মহাবিদ্যালয় *

জ্যোতিমালা বৰাঃ ছাত্ৰী, নর্থ লখিমপুৰ মহাবিদ্যালয়

নয়নতৰা ভূঞাঃ ছাত্ৰী, নর্থ লখিমপুৰ মহাবিদ্যালয়

পূজাশ্ৰী বৰগোঁহাইঃ ছাত্ৰী, নর্থ লখিমপুৰ মহাবিদ্যালয়

ভাস্কৰ ভূঞাঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

গায়ত্ৰী গগৈঃ ছাত্ৰী, লখিমপুৰ বালিকা মহাবিদ্যালয় *

এৰিণা গগৈঃ ছাত্ৰী, তেজপুৰ বিশ্ববিদ্যালয়

বিশ্বজিৎ বৰুৱাঃ ছাত্ৰ, মৰিঢল মহাবিদ্যালয় *

নীতিশ দুৱৰাঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

প্ৰাণজিত বৰুৱাঃ প্ৰাক্তণ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

প্ৰাণকৃষ্ণ বৰগোহাঞিঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়, প্ৰতি সম্পাদক, আখৰ

চুনুৰঞ্জন দত্তছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

পৰেশ খনিকৰঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

ঋতুৰাজ শর্মাছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

দেৱব্ৰত শইকীয়াঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

ডন সোনোৱালঃ ছাত্ৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়

পুৰন্দ গগৈঃ‍ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

অভিনন্দন গোস্বামীঃ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অৰুনাচল প্ৰদেশ

পম্পী হাজৰিকাঃ ছাত্ৰী, নর্থ লখিমপুৰ মহাবিদ্যালয়

পৰিধি শইকীয়াঃ ছাত্ৰী, নর্থ লখিমপুৰ মহাবিদ্যালয়

লক্ষ্মীনন্দন বৰাঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়

দিব্যজ্যোতি গগৈঃ ছাত্ৰ, নর্থ লখিমপুৰ মহাবিদ্যালয়, ব্যৱস্থাপক, আখৰ

 

[(*) – নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ সাহিত্য শাখাৰ উদ্যোগত আয়োজিত যোগানন্দ বৰগোহাঁই সাহিত্য প্ৰতিযোগিতা-২০১৫ অংশগ্ৰহণকাৰীসকলৰ পৰা নিৰ্বাচিত কেইজনমানৰ কবিতা আৰু গল্প আখৰৰ এই সংখ্যাত প্ৰকাশ কৰা হৈছে (- সম্পাদক)]

 

শিতানসমূহ