আখৰ ই-আলোচনী

এখন অসমীয়া ই- আলোচনী হিচাপে 'আখৰ' সদায় ইন্টাৰনেটত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি সেৱা আগবঢ়াই যাবলৈ বদ্ধপৰিকৰ। ইয়াৰ সমান্তৰালভাৱে 'আখৰ'ৰ উদ্যোগত কিছুমান পদক্ষেপ গ্ৰহণ কৰাৰ মনস্থ কৰা হৈছে আৰু এই উদ্দেশ্যেৰেই 'আখৰ' প্ৰকল্প হিচাপে এটা বিভাগ ৱেবচাইটত ৰখা হৈছে। ইয়াত আখৰ পৰিয়ালৰ বিভিন্ন পদক্ষেপৰ ফচলসমূহ সংৰক্ষণ আৰু প্ৰকাশৰ ব্যৱস্থা কৰা হ'ব। অসমীয়া ভাষা-সাহিত্যৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তথ্য আদি ইউনিক'ডৰ জৰিয়তে আখৰ কৰ্মদলৰ উদ্যোগত ইয়াত প্ৰকাশ কৰাটো হ'ব 'আখৰ'ৰ এক প্ৰধান উদ্দেশ্য,তদুপৰি ইয়াক আখৰৰ ই-গ্ৰন্থাগাৰ আৰু ই-সংগ্ৰহালয় হিচাপে ব্যৱহাৰ কৰা হ'ব।

অসমৰ আলোচনী সমূহ

অৰুনোদইৰ পৰা আজিপৰ্যন্ত অসমৰ সংবাদ পত্ৰ আৰু আলোচনীৰ প্ৰায় এশ সত্তৰ বছৰীয়া পৰিক্ৰমাত বিভিন্ন সময়ত বিভিন্ন আলোচনীয়ে ভুমুকি মাৰিছে আৰু অসমৰ সাহিত্যজগতক সমৃদ্ধ কৰিছে । এই সকলোবোৰ আলোচনীৰ এখন সম্পূৰ্ণ তালিকা লাভ কৰাটো সম্ভৱ নহয় যদিও কথা গুৱাহাটীৰ পাতত ২০০৫ চনৰ এপ্ৰিল মাহৰ দ্বাদশ সংখ্যাত শান্তনু কৌশিক বৰুৱাৰ উদ্যোগত ১৮৪৬ চনৰ পৰা ২০০৫ চন পৰ্যন্ত অসমৰ পৰা প্ৰকাশিত আলোচনীসমুহৰ এখন তালিকা প্ৰকাশ হৈছিল। য'ত প্ৰায় ১০০০ খন আলোচনীৰ নাম,প্ৰথম সম্পাদকৰ নাম আৰু প্ৰকাশৰ চন সহ সন্নিৱিষ্ট হৈছিল। অসমৰ আলোচনীৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ দলিলস্বৰূপ এই তালিকাখন 'আখৰ'ৰ উদ্যোগত ইউনিক'ডৰ মাধ্যমেৰে ইন্টাৰনেটত উপলব্ধ কৰা হ'ল। ২০০৫চনৰ পৰৱৰ্তী সময়ত প্ৰকাশিত আলোচনীসমূহকো তালিকাখনত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা 'আখৰ'ৰ উদ্যোগত কৰা হ'ব।

আলোচনীৰ নামপ্ৰকাশ কালসম্পাদক
অৰুণোদই১৮৪৬-৮২ নাথান ব্ৰাউন
আসাম দৰ্পণ১৮৭৪-৭৫লক্ষ্মীকান্ত বৰকাকতী
আসাম দীপক১৮৭৬
চন্দ্ৰোদয়১৮৭৬জীৱেশ্বৰ বৰুৱা
জ্ঞানোদয় ১৮৭৬পদ্মহাস গোস্বামী
পৰিদৰ্শক১৮৮০বিপিনচন্দ্ৰ পাল
মৌ১৮৮৬গুণাভিৰাম বৰুৱা
আসাম তৰা১৮৮৮-৯০বলিনাৰায়ণ বৰুৱা
লৰা বন্ধু১৮৮৮কৰুণাভিৰাম বৰুৱা
জোনাকী১৮৮৯-০৪চন্দ্ৰকুমাৰ আগৰৱালা
শিলচৰ১৮৮৯বিভূভূষণ সেন
বিজুলী১৮৯০-৯২কৃষ্ণপ্ৰসাদ দুৱৰা
ক্ৰনিকল১৯০০শচীন্দ সিংহ
ইষ্টাণ হেৰাল্ড১৯০২-০৪বসম্বদ মিত্ৰ
আসাম ক্ৰনিকল১৯০৫কৃষ্ণচন্দ বৰুৱা
দিপ্তী১৯০৫-৪৫এ কে গাৰ্ণি
ঊষা১৯০৭-১২পদ্মনাথ গোহাঞিবৰুৱা
বিশ্ববাৰ্তা১৯০৭কালিৰাম বৰ্মন
বাঁহী১৯০৯-১৪লক্ষ্মীনাথ বেজবৰুৱা
দেশবাৰ্তা১৯০৯ভূবনমোহন বিদ্যাৰ্ণৱ
প্ৰজাশক্তি১৯০৯মহেন্দ্ৰ দে
আলোচনী১৯১০-১৭দুৰ্গানাথ চাংকাকতি
আসাম বান্ধৱ১৯১০-১৬তাৰানাথ চক্ৰৱতী
সুষমা১৯১১-২১ভূবনমোহন বিদ্যাৰ্ণৱ
কবিতালতা ১৯১২নীলকণ্ঠ গোহাঁঞিবৰুৱা
আসাম ৰায়ত১৯১২ভোলানাথ গোহাঁই
প্ৰভাত১৯১৫শৰৎ চন্দ্ৰ গোস্বামী
অকণ১৯১৬হেমচন্দ্ৰ গোস্বামী
অসমীয়া১৯১৮-৪৯সদানন্দ বৰুৱা
ইছলামী আখবাৰ১৯১৯-২০পদ্মধৰ চলিহা
চেতনা১৯১৯-২৭চন্দ্ৰনাথ শমা, অম্বিকাচৰণ ৰায়চৌধুৰী
অসম প্ৰদীপিকা১৯২০-২১ৰজনীকান্ত বৰদলৈ
জনশক্তি ১৯২০
অসম কৃষক১৯২১ নাৰায়ণ চন্দ্ৰ বৰুৱা
চিলেট ক্ৰনিকল১৯২১ যোগেন চন্দ্ৰ চৌধুৰী
জন্মভূমি ১৯২২ দৱৈচনদ্ৰ তালুকদাৰ, শুকদেৱ গোস্বামী,
অর্ঘ্য ১৯২২ নাৰায়ণ চন্দ্ৰ বৰুৱা
কটনিয়ান ১৯২২ আৰ চি গফিন
মিলন ১৯২৩ গর্গনাৰায়ণ চৌধুৰী
মইনা ১৯২৩ ৰঘুনাথ চৌধাৰী
মৌ ১৯২৩ মহম্মদ চালেহ
সাধনা ১৯২৩ মহম্মদ চালেহ
আর্য দর্পণ ১৯২৪ নিগমানন্দ স্বামী
বিবাৰ ১৯২৪ সতীশ চন্দ্ৰ বসুমতাৰী
খেতিয়ক ১৯২৪ নাৰায়ণ চন্দ্ৰ বৰুৱা
জাগৰণ ১৯২৪-২৬ তপেশ চন্দ্ৰ বাগছী
ইকনমিক ১৯২৫
জার্ণেল অব আছাম
প্ৰভাতী১৯২৫কীর্তিনাথ খাখলাৰী
কাৰবাৰ আৰু কাৰবাৰী১৯২৬মহেন্দ্ৰ নাথ ভট্টাচার্য
অসম সাহিত্য সভা পত্ৰিকা১৯২৬চন্দ্ৰধৰ বৰুৱা
আছাম ৰিভিউ এণ্ড টি নিউজ১৯২৬ জানকীনাথ বেনার্জী
জেউতি ১৯২৬চন্দ্ৰকান্ত বৰপূজাৰী, লেক্ষশ্বৰ শর্মাবৰুৱা
জননী ১৯২৬ চাদিন হুছেইন
পশুপালন ১৯২৬
সেৱা ১৯২৬
বেপেৰোৱা ১৯২৬ মহাদেৱ শর্মা
ঘৰ জেইতি১৯২৭ কমলালয়া কাকতি, কলকলতা চহিলা
প্ৰান্তবাসী ১৯২৭ বিপ্ৰনাৰায়ণ তত্ত্বনিধি
সুপ্ৰভাত ১৯২৭ কৃষ্ণকান্ত ভট্টাচার্য
প্ৰচাৰক ১৯২৮ মৌলবী চোলেইমান খাঁ
সন্ত প্ৰদীপ ১৯২৮ তীর্থনাথ গোস্বামী
সত্যবাদী ১৯২৮-৩০ তোষেশ্বৰ ঢেকিয়ালফুকন
আৱাহন ১৯২৯-৭৬ দীননাথ শর্মা
গল্প চিৰিজ১৯৩০ বিপিন চন্দ্ৰ বৰুৱা
অসম ১৯৩০
আমাৰ দেশ১৯৩১-৩৫ তুলসী নাৰায়ণ শর্মা
বৰদৈচিলা ১৯৩১ কমল চন্দ্ৰ বৰুৱা
কামৰূপ অনুসন্ধান সমিতি সুখপাত্ৰ১৯৩৩ কলকলাল বৰুৱা
অকণ ১৯৩৩ বিৰিঞ্চি কুমাৰ বৰুৱা
পখিলা ১৯৩৩ হৰন্দ্ৰেনাথ শর্মা
ৰাইজ্ ১৯৩৩ কির্তিনাথ খাখলাৰী
ন-জোন ১৯৩৪ নীলমনি ফুকন
স্বাধীকাৰ ১৯৩৪ অনাথ বন্ধু
জনমত ১৯৩৪ ব্ৰজন্দ্ৰলোল ৰায়
জনশি‍ক্ষা ১৯৩৫ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
কুৱঁৰী ১৯৩৬ ৰেণু দেৱী
প্ৰতিভা ১৯৩৬ গংগাৰাম চৌধুৰী
যুগশক্তি ১৯৩৭ সুবোধ চন্দ্ৰ দত্ত
জয়ন্তী্ ১৯৩৭-৪৯ ৰঘুনাথ চৌধাৰী
সচিত্ৰ গাঁৱৰ কথা১৯৩৮ ভদ্ৰেশ্বৰ বৰুৱা
যুগেৰ আলো১৯৩৮ প্যাৰিমোহন গোস্বামী
স্বৰাজ ১৯৩৯ বেথাৰাম বৰা
আসাম হেৰল্ড১৯৩৯ আব্দুল মতিন চৌধুৰী
অগ্ৰদূত ১৯৩৯ হৰেন্দ্ৰ নাথ চৌধুৰী
গাঁৱলীয়া ১৯৩৯ ডিম্বেশ্বৰ বৰা
পাৰিজাত ১৯৪০ দীননাথ শর্মা
যুগবাণী ১৯৪০ কেশৱ চন্দ্ৰ ভূঞা
সুৰভী ১৯৪০ ৰঘুনাথ চৌধাৰী
অভিযান ১৯৪১ চন্দ্ৰপ্ৰভা শইকীয়া
নায়ক ১৯৪১ মেদিনী মোহন ব্ৰহ্ম
ভৱি‍শ্যত অসম১৯৪৩কৃষ্ণ ভূঞা
লোকবাতৰি১৯৪৫কৃষ্ণদাস গুপ্ত
জনতা১৯৪৬-৫৭লক্ষ্যধৰ চৌধুৰী
পায়গাম১৯৪৬চৈয়দ আব্দুল মালিক
পঞ্চায়ত১৯৪৬কেদাৰনাথ গোস্বামী
অখণ্ড ভাৰত১৯৪৬কেশৱ কান্ত বৰুৱা
নতুন অসম১৯৪৭-৫৮দধি মহন্ত
আৰোহণ১৯৪৭বানেশ্বৰ মিলি, তৰুণ ন্দ্ৰ পামেগাম
ভ্ৰমৰ১৯৪৭মোহন ৰাম শইকীয়া
পাব্লিক ভয়ছ১৯৪৭সাৰদা শংকৰ দত্ত
শৰাই১৯৪৭
অভিযাত্ৰী১৯৪৭চন্দ্ৰপ্ৰভা শইকীয়া
অকেলা১৯৪৭ব্শ্বিনাথ গুপ্ত
কামৰূপ ১৯৪৮প্ৰতাপ চন্দ্ৰ তালুকদাৰ
উদয়াচল১৯৪৮যাদৱ চন্দ্ৰ ভূঞা, সুৰেন্দ্ৰ নাথ বৰা
কৃষক১৯৪৮চক্ৰেশ্বৰ শইকীয়া
জিলিকনি১৯৪৮
নিউ লাইট অব্ আছাম১৯৪৮যুৱৰ সিং চাংৱান
পচোৱা১৯৪৮হেম বৰুৱা
ৰংঘৰ১৯৪৮বিৰিঞ্চি কুমাৰ বৰুৱা
জাগৃতি ১৯৪৯
পাঞ্চজন্য১৯৪৯ছগনলাল জৈন
জ্যোতি১৯৪৯ঈশ্বৰ চন্দ্ৰ বৰুৱা
মিনাৰ১৯৪৯জমিৰুদ্দিন আহমেদ
ৰাষ্ট্ৰ সেৱক১৯৪৯তনু কোঁৱৰ
অসমা১৯৫০ঈশ্বৰ চন্দ্ৰ চৌধুৰী
কাণ্ডাৰী১৯৫০প্ৰফুল্ল চন্দ্ৰ বৰুৱা
কংগ্ৰেছ১৯৫০যোগেন্দ্ৰ নাখ বৰকাকতি
গঠন১৯৫০শুকদেৱ গোশ্বামী
নতুন যুগ১৯৫০
নতুন যুগৰ তৰুন শক্তি১৯৫০ঘনকান্ত চেতিয়াফুকন
ৰাইজ্১৯৫০বেলিৰাম দাস
অসম ৰেলৱে মেগাজিন১৯৫০কে এন ফিলিপ
ৰাইজ্১৯৫০হৰেন্দ্ৰ নাথ বৰুৱা
সংকেত১৯৫০অনিলেন্দ্ৰ শর্মা
জেউতি১৯৫০সতীশ চন্দ্ৰ বৰবৰা, অজতি কুমাৰ বৰকাকতি
সৌমাৰজে‍্যাতি১৯৫০প্ৰেমধৰ ৰাজখোৱা
জনমত১৯৫০দধি মহন্ত
জোৱাৰ১৯৫০হৰিপ্ৰসাদ নেওগ
ইনকিলাব১৯৫১নগেন বৰুৱা
কাচিজোন১৯৫১এম ইব্ৰাহিম আলী
ধুমুহা১৯৫১কমললোচন দাস
ইনচাফ১৯৫১ফাতেমা খাতুন
ষ্টাৰ১৯৫১মহেন্দ্ৰ দত্ত
ৰামধেনু১৯৫১-৬৬ইন্দ্ৰকমল বেজবৰুৱা
কবিতালতা১৯৫২ডম্বৰুধৰ গগৈ
যুগৰ পথত১৯৫২হেমচন্দ্ৰ কোঁৱৰ
লখিমী১৯৫২ধর্মেশ্বৰ কটকী
কংগ্ৰেছ১৯৫২বিজয় চন্দ্ৰ ভাগৱতী
কল্যাণী১৯৫৩কৃষ্ণপ্ৰিয়া হাজৰিকা
গল্প-কবিতা১৯৫৩বিপিন শর্মা
বাতায়ন১৯৫৩
চাকি১৯৫৩খগেন্দ্ৰ নাৰায়ণ দাস
ডিগবৈ বাতৰি১৯৫৪জগদীশ ফুকন
টু এণ্ড এ বাড১৯৫৪
দীপক১৯৫৪গৌৰীকান্ত তালুকদাৰ
দি ক্ৰনিকল১৯৫৪প্ৰেমেন্দ্ৰ গোস্বামী
ভূ-দান যজ্ঞ১৯৫৪সমীৰণ দাস
কুশল১৯৫৪বিশ্বেশ্বৰ হাজৰিকা
অংকুৰ১৯৫৪নৃপেন বৰুৱা
নিউ ভয়ছ১৯৫৫যাদৱ চন্দ্ৰ ভূঞা
প্ৰৱাহ১৯৫৫কেশৱ মহন্ত, দিলীপ শর্মা
উদয়ন১৯৫৫ৰাজেন ৰাভা
আমাৰ স্বাস্থ্য১৯৫৫ডাঃ ললিত কুমাৰ বৰুৱা
মূক্তি১৯৫৬কল্পকান্ত হাজৰিকা
মজদুৰ১৯৫৬অৰুণ ভট্টাচার্য
সমলয় ১৯৫৬কিৰণ শর্মা
অৰুণাচল১৯৫৬মহিম বৰা
চিত্ৰবন১৯৫৬-৬০হীৰেণ ভট্টাচার্য
জ্ঞানোদয়১৯৫৭অৰুণ বৰুৱা
সমাজ১৯৫৭ৰামচৰণ দাস, নকুল দাস
শক্তিশেল১৯৫৭নৃপেন বৰুৱা
ৰদালি১৯৫৮নাৰায়ণ মহন্ত
অৰুণ১৯৫৮থানেশ্বৰ হাজৰিকা
ইষ্টার্ণ ছেন্টিনেল১৯৫৮মহেন্দ্ৰ মোহন চৌধুৰী
ইয়ং ইণ্ডিয়া১৯৫৮দৈৱ তালুকদাৰ
গল্প আৰু কবিতা১৯৫৮বিপিন শর্মা
নাম নাই১৯৫৮মেজৰ সত্যব্ৰত লহকৰ
সোণৰ অসম১৯৫৮
ৰণভেৰী১৯৫৮নবাব সিং ৰঘুবংশী
পঞ্চতন্ত্ৰ১৯৫৯মৃত্যুঞ্জয়
আকাশী ১৯৫৯জি চি চক্ৰৱর্তী
আয়কৰ নির্ণয় ১৯৫৯শংকৰলাল শর্মা
আমাৰ প্ৰতিনিধি১৯৬০পদ্ম বৰকটকী
পূর্বাকাশ১৯৬০-৬১সতে‍্যন্দ্ৰ নৰায়ণ গোস্বামী, কুশ দত্ত
মণিদীপ১৯৬০-৬৮মহেন্দ্ৰ বৰা
আছাম ল ৰির্পোট১৯৬০শংকৰলাল শর্মা
স্বাস্থ্য্১৯৬০ডাঃ ঘনশ্যাম দাস
উদয়গিৰি১৯৬০ভৱানন্দ্ৰ ডেকা, ৰামমল ঠাকুৰীয়া
সাৰথি১৯৬০পদ্মকুমাৰী গোহাঁই
অসমী আই১৯৬১অৰুণ বৰুৱা
জোনবাই১৯৬১-৬৬নৱকান্ত বৰুৱা
প্ৰান্তিক১৯৬১ভূপেন মহন্ত
ফ্ৰণ্টিয়াৰ হেৰল্ড১৯৬১
দি আছাম কোৱাটার্লি১৯৬১প্ৰফুল্ল চন্দ্ৰ গোস্বামী
প্ৰাগজ‍্যাতিষ১৯৬১যোগেন্দ্ৰ নাথ শইকীয়া
বাদুমডুপা১৯৬১সমৰসিং ৰাভা
হিমাচল১৯৬১-৬২বীৰেণ বৰকটকী
সেউজীয়া১৯৬১দেৱেন্দ্ৰ নাথ বৰা
ৰেখাপাট১৯৬১বেণু চিৰিং
বি‍জ্ঞান জেউতি১৯৬১শ্যামাপ্ৰসাদ শর্মা
সূৰুয মুখী১৯৬৬১বিপিন চেতিয়া
কল্লোল১৯৬১বীৰেণ চৌধুৰী
সংগম১৯৬১-৬৪তফজ্জুল আলী
দীপশিখা১৯৬২পৱিত্ৰ লহকৰ
গগনা১৯৬২বিশ্ব বৰুৱা
মইনা১৯৬২জাহিদ চৌধুৰী
নবীন সমাজ ১৯৬২নবাব সিং ৰঘুবংশী
নৱমল্লিকা১৯৬২নবীনচন্দ্ৰ বৰঠাকুৰ, দেৱীধৰ গগৈ
আকাশী গংগা১৯৬৩যোগেন্দ্ৰনাৰায়ণ ভূঞা
অইল নিউজ১৯৬৪ৰিণী শাখাম্বৰী বৰুৱা
উত্তৰ কাল১৯৬৪ইমৰান শ্বাহ, প্ৰদীপ শইকীয়া
ঋতুৰাগ১৯৬৪গিৰীণ ভূঞা
গতি১৯৬৪ডঃ ভূপেন হাজৰীকা
মনন১৯৬৪প্ৰীতি বৰুৱা
গান্ধী দর্শন১৯৬৪শৰৎ গোস্বামী
শিখা১৯৬৪তৰুণ ৰাজখোৱা
শি‍ক্ষা প্ৰদীপ১৯৬৪টংকেশ্বৰ হাজৰীকা
আমাৰ ঘৰ১৯৬৪জগত চেতিয়া
জনকল্লোল১৯৬৫বীৰেণ চেতিয়া
ন-জেউতী১৯৬৫হলধৰ চৌধুৰী
নতুন প্ৰতিনিধি১৯৬৫-৬৯পদ্ম বৰকটকী
প্ৰস্তুতি১৯৬৫
যুৱক১৯৬৫হৰেন্দ্ৰনাথ তালুকদাৰ
ৰত্নপীঠ১৯৬৫-৭৬কল্যাণ সিং
সমবায় ১৯৬৫ধৰণী দাস
সীমান্ত শিখা১৯৬৫যতিন শইকীয়া
প্ৰৱাহ১৯৬৫হিতেশ্বৰ শইকীয়া, গুণ বৰুৱা, সুৰশে শইকীয়া
জনপথ১৯৬৫সদা শইকীয়া, বিভূতি চলিহা, অৰুণ কাকতি
জনকল্যাণ১৯৬৫বীৰেণ চৌধুৰী
বৰাক১৯৬৬এ জি ওচমানি
মণিকুট১৯৬৬ভৱেন্দ্ৰ নাৰায়ণ দত্তবৰুৱা
লুইত১৯৬৬কেশৱ মহন্ত
সাহিত্য দূত১৯৬৬হৰিপ্ৰসাদ নেওঁগ
সাৰথি১৯৬৬জীৱেশ্বৰ দাস
আগবাঢ়া আগবাঢ়া১৯৬৬বীৰেন্দ্ৰ চন্দ্ৰ ভৰালী
কার্টুন১৯৬৬পুলক গগৈ
সমকালীন১৯৬৬অমল বৰুৱা
জোনতৰা১৯৬৬নগেন বৰা
নৱৰূপা১৯৬৬তৰুণ খাখলাৰী
নীলাকাশ১৯৬৬অশ্বিনি কুমাৰ শর্মা
অসম জে‍্যাতি১৯৬৭পদ্মধৰ চলিহা
চেমনীয়া১৯৬৭নগেন্দ্ৰনাথ দাস
নতুন বেলী১৯৬৭জনছমহলীয়া
প্ৰান্তবাসী ১৯৬৭শিৱেন্দ্ৰ নাৰায়ণ মণ্ডল
ৰূপম ১৯৬৭ৰতন শর্মা
শৰাইঘাট১৯৬৭সত্য চেতিয়া
অসম ৰাইজ১৯৬৭দেৱেন শর্মা
সাংবাদিক১৯৬৭-৬৯জয়দেৱ শর্মা
অলিপনা১৯৬৭সতীশচন্দ্ৰ চৌধুৰী
জাগ্ৰত অসম১৯৬৮তৰুণ ৰাজখোৱা
নৱজন্ম১৯৬৮জগত চেতিয়া
অৱতৰণিকা১৯৬৮ৰমশে দাস
প্ৰহৰী১৯৬৮-৬৯যোগেশ দাস
বালেজ্যোতি১৯৬৮ভূপেন্দ্ৰ নাৰয়ণ চৌধুৰী
ভাইটি-ভনীটি১৯৬৮দেৱযানী চলিহা
গণ আহ্বান১৯৬৮অহিন ঘোষ
সুন্দৰম১৯৬৮-৭৭সমৰেন্দ্ৰ নাৰায়ণ দেৱ
অসমীয়া১৯৬৮-৭০চন্দ্ৰ প্ৰসাদ শইকীয়া
সময়১৯৬৮শশী ফুকন
ৰহিমলা১৯৬৮দীর্ঘনাসা নগৰীয়া
উদ্দীপনা ১৯৬৯অমলেন্দু ৰয়
পলাশী১৯৬৯মায়াৰাম দাস
কিশোৰ১৯৬৯অশোক কুমাৰ ফুকন ভূপেন্দ্ৰ কুমাৰ শর্মা
জননী১৯৬৯গোপাল চন্দ্ৰ দত্ত
বিস্ময়১৯৬৯শশী ফুকন
অসমী১৯৬৯বিজু হাজৰিকা
ৰ'দালি১৯৬৯-৭২সুৰেশ চন্দ্ৰ ৰাজখোৱা
ৰহিমলা১৯৬৯যতীন গোস্বামী
চাহ মজদুৰ১৯৬৯ভৰত বৰপূজাৰী
আমাৰ দেশ১৯৬৯গকুল পাঠক
জোনবিৰী১৯৬৯আৰতী বৈৰাগী
সংবাদ১৯৬৯
স্বাধীনতা১৯৬৯
ভূমুকি১৯৭০গোবিন্দ কুমাৰ বর্মন
গল্প সাময়িকী১৯৭০বীৰেন্দ্ৰ কুমাৰ লহকৰ
অৰুণজ্যোতি১৯৭০সোণচৰণ কছাৰী
আছাম স্কাউট এণ্ড গাইড১৯৭০বন্ধুৰাম কছাৰী
জিনটি১৯৭০পূর্ণ বৰা
অসমীয়া কবিতা১৯৭০ৰবীন্দ্ৰ সৰকাৰ
চলমান ১৯৭০ৰাজেন্দ্ৰ মহন্ত
দধিচী১৯৭০নগেন বৰা
কণিকা১৯৭০সতে‍্যন্দ্ৰ চৌধুৰী
পয়োভৰা১৯৭০এছ জেড হাছান
বিশ্বৰূপা১৯৭০মুনীন বৰকটকী
মনৰ'১৯৭০প্ৰীতি বৰুৱা
সেউজী১৯৭০হেম বৰা
আন্তৰিক১৯৭০হীৰেণ ভট্টাচার্য
সৌমাৰ১৯৭০বিশ্ব বৰুৱা
সন্ধান১৯৭০প্ৰফুল্লপ্ৰাণ প্ৰতিম ডেকা
বিন্দু১৯৭০ডঃ ভূপেন হাজৰীকা
জাগৃতি১৯৭০অমৰেন্দ্ৰ নাথ বৰুৱা
অৰণ্যৰ ৰাতি১৯৭০কনক চন্দ্ৰ বৰুৱা, সতে‍্যন বৰুৱা
সমাজ১৯৭০শৈলেন্দ্ৰ কুমাৰ মৰল
কালপুৰুষ১৯৭০অৱনীন্দ্ৰ বৰা
উদ্যোগ বতৰা১৯৭১
অংগীকাৰ১৯৭১-৭৫উদয়ন মিশ্ৰ
গতি পথ১৯৭১হৰিপ্ৰসাদ নেওঁগ
নতুন প্ৰবাহ১৯৭১যতীন গোস্বামী
কুহি১৯৭১ফণি গণপতি
নৱ দিগন্ত১৯৭১ঈশ্বৰ প্ৰসাদ চৌধুৰী
কিৰণ১৯৭১লক্ষীপ্ৰসাদ বৰুৱা, ভোলা দত্ত
বিষ্ণুজ্যোতি১৯৭১ৰাজেন্দ্ৰ শর্মা
আগমনী১৯৭১প্ৰসন্নৰাম দাস
সংলাপ১৯৭১ভবেন বৰুৱা
ডাগ সৈনিক১৯৭১
সাম্প্ৰতিক১৯৭১নগেন শইকীয়া
অসম প্ৰভাত১৯৭১শিৱপ্ৰসাদ বৰুৱা
আছাম একাডেমী বিভিউ১৯৭১ভৱেন বৰুৱা
নতুন প্ৰতিনিধি১৯৭১
নতুন পৃথিৱী১৯৭১ড০ হীৰেণ গোহাঁই, অনিল ৰায় চৌধুৰী, তাৰক চন্দ্ৰ কাকতি
নাম ধর্ম১৯৭১গোলোক চন্দ্ৰ কাকতি
নুৰে ইছলাম১৯৭১জামিৰুদ্দিন আহমেদ
প্ৰতিশ্ৰৰুতি১৯৭১সমৰেন্দ্ৰ নাৰায়ণ দেৱ
কৃষিবীক্ষণ১৯৭১পূর্ণকান্ত কলিতা
নৱ ফুল১৯৭১বিষ্ণুৰাম শর্মা তামুলী
আঁচল ১৯৭১পূলিন শর্মা
কবিতা১৯৭১পৱিত্ৰ কুমাৰ ডেকা, হীৰেণ গোহাঁই, ৰবীন্দ্ৰ সৰকাৰ
চিত্ৰম১৯৭১
ঘৰুৱা১৯৭১প্ৰণীতা বৰবৰা
কাকলি১৯৭২হোমেন বৰগোহাঞি
প্ৰবাহ১৯৭২চন্দ্ৰ মোহন দাস
চিতাৰ বুকুৰ চৰাই১৯৭২ৰফিকুল হুছেইন, দিলীপ ফুকন
আগমনী১৯৭২প্ৰসন্নৰাম দাস
চিৰন্তন১৯৭২-৮৪অৱনী চক্ৰৱর্তী
আলোড়ন১৯৭২ৰহমত আলি
তৃষ্ণা১৯৭২মকবুল হুছেইন
জনপথ১৯৭২ৰাজেন শইকীয়া
কংকী১৯৭২ঘনকান্ত চেতিয়াফুকন
কল্যাণী১৯৭২ধীৰণে দত্ত
বর্তমান ১৯৭২মুকুট বৰদলৈ, ৰবীন্দ্ৰ বৰা
বন্দনা১৯৭২অমল কুমাৰ দাস
অসম জেউতি১৯৭২ৰতি কান্ত বৰা
অনুভূতি ১৯৭২অঞ্জন দত্ত, দেৱশে শর্মা
অজন্তা ১৯৭২উমা বৰুৱা
ওলগনি১৯৭৩-৭৪কিৰণ গগৈ, ভদ্ৰাৱতী গগৈ
ক্ৰান্তি১৯৭৩দিলীপ শর্মা
গতিপথ১৯৭৩-৭৪সুৰেশে শইকীয়া
মলয়১৯৭৩ৰাজেন শইকীয়া, অমূল্য চক্ৰৱর্তী
মৌচুমী১৯৭৩-৭৪ভদ্ৰ বৰা
আমাৰ প্ৰগতি১৯৭৩প্ৰদীপ কুমাৰ দাস
প্ৰস্তুতি১৯৭৩দিলীপ কুমাৰ বৰুৱা, প্ৰহ্লাদ কুমাৰ বৰুৱা
সমলয় ১৯৭৩যাদৱ চন্দ্ৰ দাস
ওৰণি১০৭৩এলি আহমেদ
উত্তৰায়ণ১৯৭৩মোহন চন্দ্ৰ ভূঞা
হুছিয়াৰ১৯৭৩ঘালিমউদ্দনি বৰলস্কৰ
ফিৰিঙতি১৯৭৩প্ৰফুল্লকমল চেতিয়া
পল্লৱ১৯৭৩অনিল শর্মা
আমাৰ কবিতা১৯৭৩
আছাম অবজাৰভাৰ১৯৭৩নাৰায়ণ ৰয়
আশা১৯৭৩চৈয়ত মজমিল হুছেইন
ইণ্ডিয়ান কস্ম'পলিটান১৯৭৩আৰ টি দেৱান
কাকলি১৯৭৩বচিনাথ শর্মা, অশ্বিনী কুমাৰ মিশ্ৰ
কবিতা সাময়িকী১৯৭৩অক্ষয় কুমাৰ মিশ্ৰ, মনোৰঞ্জন গায়ন
এই পৃথিৱী১৯৭৩অতিন দাস
আধুনিক কবিতা১৯৭৩মাধুর্য্ ঠাকুৰ
কল্পনা১৯৭৩পদুম কুমাৰ জৈন
চেনেহী১৯৭৩যাদৱ চন্দ্ৰ ডেকা
মাহেকীয়া সমকাল১৯৭৩যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
চিৰন্তন১৯৭৩অৱণী চক্ৰৱর্তী
ৰহস্য১৯৭৩দামোদৰ শর্মা
অকণ১৯৭৩ৰামকুমাৰ আগৰৱালা
আনন্দ সংবাদ১৯৭৩পবিত্ৰ কুমাৰ ডেকা
অনুব্ৰত সাধনা১৯৭৩ৰবিকান্ত সন্দিকৈ
প্ৰতিলিপি১৯৭৪অনিল কুমাৰ ডেকা
অক্ষয়১৯৭৪লক্ষ্মীনাথ পাংগিং
প্ৰতিধ্বনি১৯৭৪দিলীপ চক্ৰৱর্তী
শিখা১৯৭৪ত্ৰিদশ পাঠক
কি ফুলে ফুললা১৯৭৪হেম ডেকা
ঝৰণা১৯৭৪
কুৰান জে‍্যাতি১৯৭৪মৌলানা আব্দুল, জলিল ৰাগবী
চেতনা১৯৭৪যোগেন বৰুৱা
আভা১৯৭৪ডম্বৰুধৰ গোস্বমী
ৰূপকাৰ১৯৭৪পৱিত্ৰকুমাৰ ডেকা
ইষ্টার্ণ১৯৭৪পদ্ম বৰকটকী
ধূমকেতু১৯৭৪হীৰেণ শর্মা
যোগাযোগ১৯৭৪যতীন গোস্বামী
অৰণি১৯৭৪নৰেণ হাজৰিকা
আইদেউ১৯৭৪যুথী ভূঞা
ৰিমি ঝিমি১৯৭৫ৰবীন্দ্ৰনাৰয়ণ চেতিয়া, বৈদ্য বৰা, পুণ্য কুমাৰ বৰা
মনোৰঞ্জন১৯৭৫ডঃ প্ৰণৱজে‍্যাতি ডেকা
সেউজী১৯৭৫পূৰবী বৰুৱা
ফুলৰা১৯৭৫হেৰুণ
প্ৰকাশ১৯৭৫চন্দ্ৰপ্ৰসাদ শইকীয়া
মনীষা১৯৭৫চক্ৰেশ্বৰ দুৱৰা
কালোত্তীর্ণ১৯৭৫মাধৱ দত্ত
আগম বাণী১৯৭৫হোমেশ্বৰ কাকতি
সংজ্ঞা১৯৭৫নীলমণি ফুকন
দাপোণ১৯৭৫হৰেন্দ্ৰকুমাৰ ভূঞা
অসমৰ জনজাতি১৯৭৫মনোৰঞ্জন লাহাৰী
লিখিকা১৯৭৫স্বাধীনতা মহন্ত
উর্বৰা১৯৭৫মুৰুলী মহন্ত
মোৰ দেশ১৯৭৫-৭৭কবিতা দত্ত
কালান্তৰ১৯৭৬কৃষ্ণকুমাৰ মিশ্ৰ
চান্দমামা১৯৭৬বি নাগি ৰড্ডেী
ৰূপবন১৯৭৬বুবুল বৰদলৈ, দীপক দত্ত্
জটায়ু১৯৭৬হেম বৰুৱা, খগেন দত্ত
উল্কাপাত১৯৭৬দুলাল দত্ত
পাহাৰী১৯৭৬প্ৰবীণ কুমাৰ নাওহলীয়া
নীলাকাশ১৯৭৬মুকূট গগৈ
তৰংগিনী১৯৭৬সুনীল কুমাৰ গোস্বামী
বিকাশ১৯৭৬মাণিকা দাস
সেউজী সেউজী১৯৭৬তৰুণ বর্মন
প্ৰান্তিক ১৯৭৭অমল কুমাৰ দাস
জনতাৰ কবিতা১৯৭৭জনতাৰ কবিতা
অংশুমান১৯৭৭অৰুণিমা দাস
শিহৰণ১৯৭৭হীৰেণ শর্মা, বীণা বৰকটকী
শি‍ক্ষাজ্যোতি ১৯৭৭পৱনাথ শর্মা
লেখিকা১৯৭৭স্বর্ণ শইকীয়া
অসমীয়া বিশ্বনাগৰী১৯৭৭শকুন্তলা চৌধুৰী
নাগৰিক১৯৭৭হোমেন বৰগোহাঞি
কুঁৱলী১৯৭৭হিৰণ্য কুমাৰ গোস্বমী
কল্পতৰু১৯৭৭সতীশ গোস্বামী
তৰংগ১৯৭৭পৰমান্দ গোস্বমী, জীতেন্দ্ৰ কুমাৰ চহৰীয়া
আৱাজ১৯৭৭ৰেজিনা খাতুন
কর্ষণ১৯৭৭উমেশ ডেকা
কংকণ১৯৭৭অঞ্জলি দাস
তৃতীয় শক্তি ১৯৭৭লীলা বৰা
অগ্নিগর্ভা১৯৭৭নবীন ডেকা
অসম জ্যোতি১৯৭৭লাৱণ্য গগৈ
সাম্প্ৰতিক সাময়িকী১৯৭৭-৮৪নিত্য বৰা
সীমান্ত সংবাদ১৯৭৭উমেশ চন্দ্ৰ চেতিয়া
চিহ্ন১৯৭৭বেণু মিশ্ৰ
প্ৰাসংগিক১৯৭৭সত্যৰঞ্জন কলিতা
অৰণি ১৯৭৭সীমান্ত শ্ৰীগুপ্ত
মাতৃভূমি ১৯৭৭নীলিমা দিহিঙীয়া
জ্যোতি ১৯৭৭ৰামপ্ৰসাদ শইকীয়া
অসম১৯৭৮বিঞ্জন দত্ত
আৰ-আৰ-এল নিউজ১৯৭৮আঞ্চলিক গৱেষণাগাৰৰ মূখপাত্ৰ
ত্ৰিশূল১৯৭৮ৰঞ্জু হাজৰিকা
গিৰিজনি ১৯৭৮অনুপম বৰুৱা
উদ্গীড়ণ১৯৭৮উদয় কুমাৰ শর্মা
চেমনীয়া১৯৭৮বাণী ভূঞা
সৃষ্টি ১৯৭৮কৌশিক আচার্য
আবিৰ১৯৭৮নবীন ঔৱাৰি
মানুহ১৯৭৮অজিত কুমাৰ শর্মা
এইটো স্বদেশ১৯৭৮তাজউদ্দিন বৰভূঞা
প্ৰতিশ্ৰুতি১৯৭৮যতীন্দ্ৰ কুমাৰ চৌধুৰী
অভিৰুচি ১৯৭৮বলেন্দ্ৰমোহন চক্ৰৱর্তী
আমাৰ বিহু১৯৭৮ধর্মেশ্বৰ কটকী
হিমাচল১৯৭৮চাৰু মহন্ত
একশৰণীয়া১৯৭৯ভূমি দাস
ইষ্টাণ্টিক১৯৭৯অঞ্জ কুমাৰ ওজা, লক্ষ্যপ্ৰিয় শইকীয়া
অন্তৰংগ১৯৭৯সূদীপ্তা বৰুৱা
অসম১৯৭৯বিজন দত্ত
উদ্গীড়ণ১৯৭৯-৮৩কুমুদ চন্দ্ৰ ডেকা
ন-জোন১৯৭৯জিতেন বৰদলৈ
মইনা১৯৭৯সূর্যকুমাৰ ৰাজা
ফুলকলি ১৯৭৯ৰহিমা হক
কবিতা আৰু কবিতা১৯৭৯ডঃ চন্দ্ৰ কটকী
কলাকাৰ১৯৭৯হেম মহন্ত
আকাশ১৯৭৯প্ৰীতি বৰুৱা
অসম প্ৰভাকৰ১৯৭৯লাৱণ্য গগৈ
পূর্বগন্ধা১৯৭৯ভূৱনেশ্বৰ প্ৰসাদ সিং
পান্থপাদপ১৯৭৯কবিতা দত্ত
চিত্ৰ চিন্তা১৯৭৯মৃগেন চন্দ্ৰ দাস
জাতীয় চেতনা১৯৭৯হৰেন্দ্ৰ নাথ দেৱ গোস্বাসী
জুই১৯৭৯হেম গোস্বামী
পানচৈ ১৯৭৯কৃষ্ণ বৰা
মনঃসমীক্ষা১৯৭৯ডঃ পুণ্যধৰ দাস
জনকল্যাণ১৯৭৯ডঃ ঘমশ্যাম দাস
অনুপম১৯৭৯সর্বেশ্বৰ শইকীয়া
অধিকাৰ১৯৭৯যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
সমন্বয়১৯৭৯সোমেশ্বৰ বৰুৱা
উম্মীলন১৯৮০হেম বৰা
অগ্নিবান১৯৮০হৰিপদ দেৱ
ৰঙালী১৯৮০যাদৱ শর্মা, চৈয়দ মজমিল হুছেইন
অৰখি ১৯৮০উপেন্দ্ৰ নাথ ব্ৰহ্ম
লুইত১৯৮০বসন্ত কাকতি, জয়ন্ত দাস
জাতীয় বার্তা১৯৮০ৰবীন্দ্ৰ কুমাৰ দত্ত
প্ৰাগলভ১৯৮০তিলেন্দ্ৰজিত সোনোৱাল
স্বাস্থ্য চিন্তা১৯৮০ডাঃ নগেন দত্ত
অৱকাশ১৯৮০বিক্ৰম, অৰুণলোচন দাস
শিল্পীৰ পৃথিৱী১৯৮০বেণী মাধৱ
সূর্য১৯৮০মনজিৎ সিং
সৌমাৰ১৯৮০প্ৰৱীণ কুমাৰ দত্ত
প্ৰতিশ্ৰুতি১৯৮০দীপক কুমাৰ দাস
কপিলী১৯৮০উপানন্দ কটকী, হৰিপ্ৰসাদ হাজৰিকা
জননী১৯৮০বসন্ত কুমাৰ শর্মা
মিছিল১৯৮০বিক্ৰমাদিত্য
প্ৰভাত১৯৮০ধৰণীধৰ দাস
মনবিকাশ১৯৮০ৰতন কুমাৰ ৰায় হাজং
মহাবাহু১৯৮০অঞ্জন শর্মা
জাতীয় বার্তা১৯৮০ৰবীন্দ্ৰ কুমাৰ দত্ত
বর্তমান ১৯৮০মৃণাল গগৈ
অংকুৰ১৯৮০বিজয়ানন্দ শইকীয়া, চক্ৰজে‍্যাতি দাস
আছাম মিৰৰ১৯৮০আনন্দেশ্বৰ শর্মা
উদয়গিৰি ১৯৮০দীনেশ গগৈ
উদ্যোগীৰ মুখপাত্ৰ১৯৮০যাদৱ ভূঞা
অনুসন্ধান১৯৮০গোৱর্দ্ধন প্ৰসাদ অটল
আলোড়ন১৯৮০ইম্ৰাদুল হস, ফজলুল লতিফ
আমাৰ দেশ১৯৮০গোকুল শইকীয়া
অস্তিত্বৰ সংগ্ৰাম১৯৮০অতুল শইকীয়া
ভূংগাৰ১৯৮০ডিব্ৰুগড় আঞ্চলিক ছাত্ৰ সন্থা
যুগধ্বনি ১৯৮০পৰেশ বৈশ্য
কপিলী গংগা১৯৮০হৰিনাৰায়ণ বৰুৱা
নতুন বাতৰি‍১৯৮০ভদ্ৰ কলিতা
অভিযাত্ৰী১৯৮০প্ৰণৱজে‍্যাতি কলতিা, তৰুণ দাস
শংখধ্বনি‍১৯৮০উৎপল কাকতি
চৰাইদেউ১৯৮০নোমল গগৈ
চিৰি লুইত১৯৮০ঈশ্বৰ প্ৰসাদ শইকীয়া
অসম সংবাদ১৯৮০ৰবীন চেতিয়া
আমি অসমীয়া লুইত পৰীয়া১৯৮০পাপুল বৰা
একা এবং কয়েকজন১৯৮০
অসম প্ৰহৰী১৯৮০ত্ৰিবেন্দ্ৰ লাল চৌধুৰী
জাগৰণ১৯৮০শিৱ প্ৰসাদ ফুকন
অগ্নি যুগ১৯৮০ভৱেন শইকীয়া
শৃংখল ১৯৮০হাৰনুল ৰচিদ
কালপুৰুষ১৯৮০অৱনীন্দ্ৰ বৰা
ন-দিগন্ত১৯৮০থানেশ্বেৰ কুমাৰ
অসামায়ন১৯৮০অনিল কুমাৰ শৰ্মা
জাগৃত মাতৃ১৯৮০সঞ্জীৱ দাস
ইস্তাহাৰ১৯৮০ পদ্ম বৰকটকী
শিক্ষাব্ৰতী১৯৮০ললিত বৰুৱা
খোজ১৯৮০কমলা দিহিঙীয়া
আঁৰ কাপোৰ১৯৮০ মুকুল হাজৰিকা
অসমী১৯৮০মৃদুল কুমাৰ বৰুৱা
উকি১৯৮০দেৱজিত ভুঞা
ৰংভূমি১৯৮০ইন্দ্ৰভূমি শইকীয়া
ঝংকাৰ১৯৮০শংকৰ কাকতি
নৱগতি১৯৮০হেম গোস্বামী
সোণৰ সাতসৰী১৯৮০ ধ্ৰুৱজ্যোতি ভূঞা
পূৰ্বালোক১৯৮০সুভাষ চন্দ্ৰ দাস
সময়১৯৮০ জিতেন শৰ্মা
অনুৰাগ১৯৮০সোণচৰণ বৈশ্য
প্ৰান্তিক১৯৮০উমেশ চন্দ্ৰ চেতিয়া
জয় আই অসম১৯৮০ কুশ শৰ্মা
লুইত১৯৮০লটফা হানুন ছেলিমা বেগম
সাতসৰী১৯৮১খগেন্দ্ৰনাথ ভুঞা
বৰ্ণালী১৯৮১পূণ্যৰাম নেওগ
উদগীৰণ১৯৮১জ্ঞানশংকৰ খাকলাৰী
এন ই প্লেনটেশ্বন১৯৮১জগদীশ ফুকন নিউজ
প্ৰান্তিক১৯৮১প্ৰদীপ বৰুৱা
কিশলয়১৯৮১ফুল বৰা
নৱদিগন্ত১৯৮১ইশ্বৰপ্ৰসাদ চৌধুৰী
লোকায়ত১৯৮১ হোমেন বৰগোহাঞি
কাঁচিয়লি১৯৮১লীলাধৰ হাজৰিকা
খ্ৰীষ্টজ্যোতি১৯৮১টংকেশ্বৰ বৰুৱা
জোনাক১৯৮১ নিবেদিতা হাজৰিকা আৰু জিনু গোস্বামী
ঋতায়ন১৯৮১সত্যপ্ৰসাদ কলিতা
আশীৰ্বাদ১৯৮১ লক্ষ্মীনাৰায়ণ বৰ্মন
নৱ-অৰুনোদয়১৯৮১দীপক কাকতি
অস্তিত্বৰ চেতনা১৯৮১নৱজ্যোতি নাথ
কণ্ঠস্বৰ১৯৮১নৃপেন শইকীয়া
অধিকাৰ১৯৮১
পাণ্ডুলিপি১৯৮১
ব্যতিক্ৰম১৯৮১নলীন কোঁৱৰ
ৰংঘৰ১৯৮১শশী ফুকন
বৰ্তমান গণ আন্দোলন আৰু ছাত্ৰ আন্দোলন১৯৮১ প্ৰবীন লহকৰ
জনবানী১৯৮১প্ৰমোদ বৰ্মন
কামৰূপা১৯৮১সুৰেশ গোস্বামী
নতুন বাঁহী১৯৮১জয়ন্ত ৰংপী
জুনুকা১৯৮১নৰেন্দ্ৰ কুমাৰ দাস
ৰ’দালি ১৯৮২পদুমী গগৈ
সঁফুৰা১৯৮২-৯৬ড০ ভবেন্দ্ৰ নাথ শইকীয়া
জাগৰণ১৯৮২যুগল কুমাৰ শইকীয়া
সংবাদ বিচিত্ৰা১৯৮২ৰূপহ চলিহা
প্ৰতিধ্বনি১৯৮২মৃদুল বৰুৱা
কনষ্ট্ৰাকচন ট্ৰিবিউন১৯৮২ ড০ হেমকান্ত বৰুৱা
অভিযান১৯৮২বীৰেণ চন্দ্ৰ দাস
সংগম১৯৮২শৈলেন দাস আৰু জবিউল আলি
আহ্বান১৯৮২মহম্মদ গিয়াছুদ্দিন
প্ৰকাশন১৯৮২কুমুদ গোস্বামী
অসম কণ্ঠ১৯৮২ ডা: নেছাৰ আহমেদ
কৰ্ম যুগ১৯৮২ খগেন বায়ন
দোকমোকালি১৯৮২দেৱব্ৰত শৰ্মা
শ্ৰমজীৱী১৯৮২অচ্যুত কুমাৰ শৰ্মা
যুগ১৯৮৩ডা:নৱ হাজৰিকা
সেউজী তল১৯৮৩ আনন্দ শৰ্মা
অৰিন্দম১৯৮৩দিলীপ চন্দন শৰ্মা;ভৃংগেশ্বৰ শৰ্মা আৰু প্ৰদীপ শৰ্মা
কালান্তৰ১৯৮৩উৎপল ভূঞা
আজিৰ কবিতা১৯৮৩মদন শৰ্মা
অধিকাৰ১৯৮৩অনুপ ফুকন
অসমী১৯৮৩পৰম শংকৰ দত্ত
অংকুৰ১৯৮৩কামেশ্বৰ বৰ্মন
টি ছে্ট ১৯৮৩অৰূপ কুমাৰ দত্ত
জনসংস্কৃতি১৯৮৩ডা: জয়ন্ত ৰংপী
আইদেউৰ জোনাকী বাট১৯৮৩ ৰাজু বৰুৱা আৰু অৰ্পনা মহন্ত
অনাৰুমানৱ কুমাৰ ৰামচিয়াৰী
ভূমিকা১৯৮৩শান্তনু তামূলী
খেল-ধেমালি১৯৮৩ফনী শৰ্মা
সংযোগ১৯৮৩অৰুপ কুমাৰ দত্ত
অভিযাত্ৰী১৯৮৩উদ্ভৱ পাঠক
কৃষক বন্ধু১৯৮৩প্ৰসন্ন দত্ত
তদন্ত১৯৮৩ঘন হাজৰিকা
চিত্ৰজ্যোতি১৯৮৩অপূৰ্ব শৰ্মা
প্ৰতীতি১৯৮৩ নবীন বৰুৱা আৰু প্ৰদীপজ্যোতি মহন্ত
জনশিখা১৯৮৩পুতুল কলিতা
মেজাংকৰি১৯৮৩শংকৰ কাকতি আৰু অক্ষৰ নাথ
জনবিজ্ঞান১৯৮৩ ডা:পৰমানন্দ মহন্ত
এনাজৰী১৯৮৪উষা শইকীয়া
কন্ঠস্বৰ১৯৮৪এম আব্দুল মজিদ খান
দৃষ্টি১৯৮৪ ড০ দীনেশ চন্দ্ৰ গোস্বামী
দধিচী১৯৮৪ সুৰজিত গোস্বামী
প্ৰতিধ্বনি১৯৮৪ড০ ভূপেন হাজৰিকা
শিৰলু১৯৮৪নৱকান্ত বৰুৱা
সীমান্ত১৯৮৪বিশ্বেশ্বৰ হাজৰিকা
জনজাতি ১৯৮৪লক্ষ্মীনাথ পাংগিং
সমদল১৯৮৪মনোৰঞ্জন শৰ্মা
অভিযান১৯৮৪জ্ঞানেন চৌধুৰী
ত্ৰিশংকুক১৯৮৪চৈয়দ আব্দুল মালিক
দূত১৯৮৪মতিউৰ ৰহমান
চিত্ৰদূত১৯৮৪দিব্যজ্যোতি লহকৰ
মৌচাক১৯৮৪শান্তনু তামূলী
শিক্ষা বিকাশ১৯৮৪মহিৰুদ্দিন মজুমদাৰ
মনুহাৰ১৯৮৪নানু দত্ত
সংঘ বাৰ্তা১৯৮৪অসম মহিলা সংঘৰ মুখপত্ৰ
জ্ঞানপীঠ১৯৮৪বসন্ত দাস
নিজৰা১৯৮৪ বিদ্যুত কুমাৰ শৰ্মা
ককা দেউতা১৯৮৪দূলাল চন্দ্ৰ বৰঠাকুৰ
পথিক১৯৮৪পথিক-গোষ্ঠী
প্ৰতিকল্প১৯৮৪নন্দলাল সেন গুপ্তা
অনন্য১৯৮৪হেমচন্দ্ৰ বৰা
গমুগ১৯৮৪খগেন পেগু
লুইতৰ পৰা মিছিছিপি১৯৮৪সঞ্জীৱ বৰুৱা
আমি সাতভনী১৯৮৪শ্যাম বৰা
ডনগমুছা১৯৮৪ পি মাৰ উইণ
অনুপম১৯৮৪অনিল কুমাৰ ডেকা
সমলয়১৯৮৫জনাৰ্দন মহন্ত আৰু আনন্দ দত্ত
জনজ্যোতি১৯৮৫-
শতৰূপা১৯৮৫আভা বৰা
আৱাহন১৯৮৫দিলীপ কুমাৰ শৰ্মা
অভিমত১৯৮৫-
প্ৰহৰী১৯৮৫কমল গগৈ
অপৰূপা১৯৮৫ব্ৰজেন বৰা
উত্তৰণ১৯৮৫_
আজিৰ সময়১৯৮৫ধ্ৰুৱজ্যোতি বৰা
ফ্ৰন্টিয়াৰ ছান১৯৮৫ৰণবীৰ ৰয়
নৱদূত১৯৮৫উমাকান্ত শৰ্মা
সাময়িকী১৯৮৫ বিধান চন্দ্ৰ দেৱ
ৰসৰাজ১৯৮৫ মদন চন্দ্ৰ মেধি
সমলয়১৯৮৫জনাৰ্দন মহন্ত আৰু আনন্দ দত্ত
জনজ্যোতি১৯৮৫-
শতৰূপা১৯৮৫আভা বৰা
আৱাহন১৯৮৫দিলীপ কুমাৰ শৰ্মা
অভিমত১৯৮৫-
প্ৰহৰী১৯৮৫কমল গগৈ
অপৰূপা১৯৮৫ব্ৰজেন বৰা
উত্তৰণ১৯৮৫_
আজিৰ সময়১৯৮৫ধ্ৰুৱজ্যোতি বৰা
ফ্ৰন্টিয়াৰ ছান১৯৮৫ৰণবীৰ ৰয়
নৱদূত১৯৮৫উমাকান্ত শৰ্মা
সাময়িকী১৯৮৫ বিধান চন্দ্ৰ দেৱ
ৰসৰাজ১৯৮৫ মদন চন্দ্ৰ মেধি
ফুল১৯৮৬নলিনী প্ৰভা ডেকা
অনুভূতি১৯৮৬আৰতি হাজৰিকা
নিৰিবিলি১৯৮৬অভিয় কুমাৰ ভাণ্ডাৰকায়স্থ
একলব্য১৯৮৬অমৰ জ্যোতি গগৈ আৰু দেৱব্ৰত শৰ্মা
নতুন প্ৰকাশ১৯৮৬কেশৱঝাজৰিকা
প্ৰাংগন১৯৮৬-
আমাৰ এ পি এল১৯৮৬ভৱেশ বৰুৱা
কন কন১৯৮৬ৰঞ্জু হাজাৰিকা
নদী১৯৮৬পুতুল হাজৰিকা
প্ৰতিশ্ৰুতি১৯৮৬গুনমনি বৰা
জন অনুভূতি১৯৮৬প্ৰৱীন বৰ্মন(মু স)
আমাৰ প্ৰতিশ্ৰুতি১৯৮৬পৱিত্ৰ কুমাৰ নাথ
সঁজাল১৯৮৬হিতেশ কুমাৰ গগৈ আৰু দীপক গগৈ
অনিৰূদ্ধ১৯৮৬মুনীন শৰ্মা
ৰূপান্তৰ১৯৮৬ কন্দৰ্প কুমাৰ বৰবৰুৱা আৰু মুক্তি গগৈ
অভিষেক১৯৮৬ সুব্ৰত দাস আৰু সুবীৰ ৰঞ্জন দাস
ঐক্যতান১৯৮৭ শান্তনু কৌশক বৰুৱা
ছাত্ৰ প্ৰতিনিধি ১৯৮৭গোবিন্দ মোহন গোস্বামী
জ্ঞানদ্বীপ১৯৮৭ ছবীৰ হুছেইন
নতুন সীৰলু১৯৮৭ নৱকান্ত বৰুৱা
ফিৰিঙতি১৯৮৭ প্ৰভাত চন্দ্ৰ শৰ্মা আৰু মনোৰঞ্জন শৰ্মা
বিজ্ঞান সঁফুৰা১৯৮৭কুলৰঞ্জন ডেকা
মইনা১৯৮৭ভাগ্য লক্ষ্মী মহন্ত
মুকুতা১৯৮৭ কুমুদ গোস্বামী
শতৰূপা১৯৮৭।আভা বৰা
ঋতু১৯৮৭ভূৱনেশ্বৰ শৰ্মা
সাতসৰী১৯৮৭কমল কুমাৰী
অনুভূতি১৯৮৭নীলিমা শৰ্মা
প্ৰেৰণা১৯৮৭নিৰদ দাস _হৰমোহন চহৰীয়া আৰু গোপাল শৰ্মা
জন কল্লোল১৯৮৭শুক্লেশ্বৰ মেধি
নাট্যালোন্দন১৯৮৭আলি হাইদৰ
ইস্পাতৰ ফুল১৯৮৭সবিতা লহকৰ
শ্ৰীময়ী ১৯৮৭বেণী মাধৱ
প্ৰত্যুষ১৯৮৭কেশৱ গগৈ
সময়ৰ কবিতা১৯৮৭ৰমেন শইকীয়া
মানস১৯৮৭সঞ্জীৱ কুমাৰ বৰকাকতি
সংস্কৃতি পল্লব১৯৮৭জনাৰ্দন ভূঞা আৰু জগত বৰা
গিৰিজনি১৯৮৭ৰমাকান্ত বৰবৰুৱা
সমকাল১৯৮৭হোমেন বৰগোহাঞি
নৱপ্ৰভাত১৯৮৭বেণুধৰ কলিতা
আটলান্টা১৯৮৭আজিম হাজৰিকা
সচেতনা১৯৮৭গায়ত্ৰী হাজৰিকা
সময় সংহিতা১৯৮৭ধ্ৰুৱজ্যোতি বৰা
বলয়১৯৮৭ৰিজু হাজৰিকা
বৰপীঠ১৯৮৭গনেশ দাস
ইস্তাহাৰ১৯৮৭ সোনেশ্বৰ পাটোৱাৰী
লুইত১৯৮৭ অৱনী চক্ৰৱতী
জিলমিল১৯৮৭ কুমাৰ দীপক
ধৰিত্ৰী১৯৮৭ৰঞ্জুমনি গগৈ
গণকন্ঠ১৯৮৮ অশোক দাস
বৰ'নি ৰাফৌদায়১৯৮৮সুবুংসা মৌচাহাৰি
নতুন আৱিস্কাৰ১৯৮৮ শান্তনু তামুলী
নতুন কবিতা১৯৮৮ ৰাম গগৈ
মান্দুলী১৯৮৮ সাৱিত্ৰী গগৈ
খাসিনি১৯৮৮ গুণেশ্বৰ মৌচাহাৰি
ৰংবিৰং১৯৮৮লাৱণ্য গোস্বামী
ৰূপান্তৰ১৯৮৮ কনক কলিতা
মণিহাৰ১৯৮৮-
জীৱন জেউতি১৯৮৮ জবিউল জাহাদ্দিৰ
কল্পদ্ৰুম১৯৮৮ কুমাৰ অনুকুল দাস
দিকপাল১৯৮৮ এম আব্দুল মজিদ(মু স)
স্বাস্থ্য চিন্তা১৯৮৮ডা০ নগেন দত্ত আৰু শান্তনু তামুলী
অনন্যা১৯৮৮ মুনীন্দ্ৰ মহন্ত
ঋত্বিক১৯৮৮ শ্যামাপ্ৰসাদ শৰ্মা
কলম১৯৮৮ এ আৰ বৰা
ৰিগি-ৰিগাং১৯৮৮ অমৰেন্দ্ৰ স্বৰ্গীয়াৰী
আকাল১৯৮৮ধীৰাজ কুমাৰ ডেকা
সাৰথি১৯৮৮ জীৱেশ্বৰ দাস
কলিয়া ভোমোৰা১৯৮৮উপেন্দ্ৰ বৰকটকী
আজিৰ শিক্ষা সংবাদ১৯৮৮-
অধিনায়ক১৯৮৯যোগেশ দাস
মনোহৰা১৯৮৯নীলিমা গোস্বামী
প্ৰাচ্য ভাৰতী১৯৮৯নগেন গোস্বামী
অৱতাৰ১৯৮৯সুমন্ত চলিহা
জনগণ১৯৮৯-
আংতং১৯৮৯কুমুদ চন্দ্ৰ ডেকা
সুবাস১৯৮৯ ববিতা কোঁৱৰ আৰু প্ৰদীপ কুমাৰ মৰাণ
চন্দ্ৰমা১৯৮৯ উষা ডেকা
চিলাৰায়১৯৮৯ নিত্যা দত্ত
জ্ঞানকোষ১৯৮৯ কুমাৰ নিৰঞ্জন
ডেকা অসম১৯৮৯ ক্ষিতিশ চন্দ্ৰ ফুকন
ত্ৰিনয়ন১৯৮৯ৰমেন শইকীয়া
গুণগুণনি১৯৮৯ আফতাবুল হুছেইন
অন্তৰংগ১৯৮৯ সপ্তৰ্ষি
সূৰুয১৯৮৯ অশ্বিনী কুমাৰ শৰ্মা(মু স)
জৱাহৰ জেউতি১৯৮৯ অন্নপূৰ্ণা বৰুৱা
অসম১৯৮৯ মহেশ্বৰ চুতীয়া
স্বাধীনতা১৯৮৯সিদ্ধাৰ্থ ফুকন
গন কবিতা১৯৮৯ ধ্ৰুৱ কুমাৰ তালুকডাৰ
মণি-কাঞ্চন১৯৮৯ সঞ্জীৱ কুমাৰ তালুকডাৰ
সুত্ৰধাৰ১৯৮৯ হোমেন বৰগোহাঁঞি
নীলকন্ঠ১৯৮৯ ৰাণা আহমেদ বৰা
সংযোগ১৯৮৯ নিত্যানন্দ বৰা
নীলকন্ঠ১৯৮৯ ৰাণা আহমেদ বৰা
অন্বেষণ১৯৯০ বিবেকা হাজৰিকা
আজোকবাৰ্তা১৯৯০ নৰেন্দ্ৰ দেৱ গোস্বামী
আধাৰ১৯৯০গীতা হাতীকাকতি
সহযাত্ৰী১৯৯০জ্যোতিৰেখা হাজৰিকা
গুঞ্জন১৯৯০প্ৰেম গগৈ
শ্বাশ্বত১৯৯০ৰমেন মেধি
জ্ঞান-বিজ্ঞান১৯৯০জ্যোতি ফুকন
জন সৈনিক১৯৯০ৰাজকমল
ডেউকা১৯৯০ দুদুল মণি শৰ্মা
অন্বেষা১৯৯০ প্ৰশান্ত কুমাৰ চুতীয়া
গুমুৰ১৯৯০ অখ্যাং দৈমাৰী
দখিনপাৰ১৯৯০ সৰ্বেশ্বৰ মজুমদাৰ
নতুন যুগৰ অগ্নিবান১৯৯০সুশীল ৰাজখোৱা
বিকল্প১৯৯০ ব্ৰজকিশোৰ শইকীয়া
উদাংস্ৰি১৯৯০ৰূপনাথ মৌসাহাৰী
মৌ-কোঁহ১৯৯০বেদান্ত কুমাৰ বৰা
ৰ'দালি১৯৯০ পূৰ্ণিমা কোঁৱৰ
ফুলনি১৯৯০ বুবুল চন্দ্ৰ ডেকা
সংবাদ আৰু সাংবাদিকতা১৯৯০দিলীপ কুমাৰ বৰুৱা
সমন্বয় সংবাদ১৯৯০অৰূপ কুমাৰ শৰ্মা
সালংকৃতা১৯৯০হিৰণময়ী দত্ত আৰু মাধুৰী কলিতা চৌধুৰী
জোনাক১৯৯০ হৰেকৃষ্ণ বৰ্মন
ফুলনি১৯৯০প্ৰণৱজ্যোতি নেওগ
পষেক১৯৯০নীল গোঁহাই
অংগীকাৰ১৯৯০অৰুণ বৰুৱা
গুঞ্জন ১৯৯০প্ৰেম গগৈ
জ্ঞানোদয়১৯৯০শৰৎ ৰাজখোৱা
প্ৰেৰণা(নৱ-প্ৰেৰণা)১৯৯০ ৰূপহ চলিহা
সিংহদ্বাৰ১৯৯০ প্ৰদীপ গগৈ
পূবালী১৯৯০বেণী মাধৱ
সূৰ্যমুখী১৯৯০গজেন শইকীয়া
নতুন দিন১৯৯০ মতিউৰ ৰহমান
সুবাসত সান্নিধ্য১৯৯০বন্তিশিখা পাঠক
হেৰিটেজ১৯৯০সুকুমাৰ বাগছী
উষা১৯৯০ৰুণুমী বৰা
অংকুৰণ১৯৯০ গোপাল চন্দ্ৰ বেজবৰুৱা
আন্দোলন১৯৯০ কন্দৰ্প শইকীয়া
সাময়িক ১৯৯০ মলয়া খাউণ্ড
অধিকাৰ ১৯৯১ দীপিকা পৰদেশী
কাব্যপ্ৰৱাহ১৯৯১জনাৰ্দন মহন্ত
কিশোৰ১৯৯১-৯২হোমেন বৰগোহাঞি
সংগীত১৯৯১প্ৰতিম নেওগ
ষ্টেটফেড বাতৰি ১৯৯১ জগদীশ বৰুৱা
বিজ্ঞান প্ৰৱাহ১৯৯১ডা: এ কে জিয়াউদ্দিন আহমেদ
জ্যোৎস্না১৯৯১ ঘন কান্ত ডেকা
শলিতা১৯৯১চণ্ডিচৰণ দাস
আলোচনা১৯৯১
ন-সতীৰ্থ১৯৯১তিলোত্তমা ভূঞা
সমন্বয় বাৰ্তা১৯৯১অৰুণ দাস
প্ৰগতি১৯৯১
কবি সন্মিলন ১৯৯১
কবচ১৯৯১প্ৰদীপ চন্দ্ৰ হাজৰিকা
জিজ্ঞাস১৯৯১প্ৰদীপ কুমাৰ মেধি
কাকডোঙা১৯৯১ ফুলেন কুমাৰ বৰা
বেদৱতী১৯৯১ প্ৰদীপ কুমাৰ শৰ্মা
ছন্দশিল্প১৯৯১প্ৰফুল্লপ্ৰাণ মহন্ত
পষেকীয়া মাজুলী ১৯৯১ ৰঞ্জিত কুমাৰ ভূঞা
কিশলয়১৯৯১ৰঘুনাথ কাগয়ুং
জ্ঞানজ্যোতি১৯৯১ৰাতুল হাজৰিকা
মহুৰা ১৯৯১ বোকাজান লেখিকা সমাৰোহ সমিতিৰ মুখপত্ৰ
আমি১৯৯১ মঞ্জুলা হাজৰিকা
ই-পি-চি-বি১৯৯১ মোহিনী কুমাৰ শৰ্মা
নিউজ লেটাৰ
চন্দ্ৰ মল্লিকা ১৯৯১ কমল চন্দ্ৰ তালুকদাৰ
পদধ্বনি১৯৯১ খগেন মেধি
হেঙুল১৯৯২ গোবিন্দ চন্দ্ৰ নাথ
আংলং১৯৯২ প্ৰদীপ চন্দ্ৰ হাজৰিকা
পানচৈ১৯৯২মহেন্দ্ৰ সোনোৱাল
নাৰেংগী আঞ্চলিক সাহিত্য সভাৰ মুখপত্ৰ১৯৯২ বসন্ত কলিতা
মাজুলী ১৯৯২ দিলীপ দাস
অনিৰ্বাণ ১৯৯২ পুতুল হাজৰিকা
হামদেৰ আৱাজ ১৯৯২ অমল কুমাৰ হৰ'
অনুবাদ১৯৯২কবীন ফুকন(মু স)
অংকুৰণ১৯৯২ প্ৰতাপজ্যোতি বৰা
পাৰিজাত সংবাদ১৯৯২কৃষ্ণ বৰগোহাঞি
ন-পথিকৃৎ১৯৯২ত্ৰিশংকু
আমাৰ লেখা১৯৯২ নতুন সাহিত্য সভা পৰিষদ
সতীৰ্থ১৯৯২ উপেন্দ্ৰ নাথ শৰ্মা
উন্মেষ১৯৯২ গৌতমানন্দ গোস্বামী
প্ৰতীক১৯৯২বিপিন চন্দ্ৰ ডেকা
ন-জোন১৯৯২গৌতম গগৈ
পাটকাই১৯৯২ থানুৰাম ৰাইডিংগীয়া
পথিকৃত১৯৯৩তৰুণ কোঁৱৰ
ৰত্নগৰ্ভা ১৯৯৩ নিবাৰণ বৰা
বহ্নিশিখা১৯৯৩জয়জ্যোতি গগৈ
শংখধ্বনি১৯৯৩বৰ্ণালী বৰা, ডালিমী নাথ
সঁজাল১৯৯৩প্ৰশান্ত কুমাৰ কলিতা, ৰাজীৱ কুমাৰ দত্ত
পুৱতি১৯৯৩কমল কছাৰী, হৰেণ চন্দ্ৰ নাথ
কবিতাকাশ ১৯৯৩ আফতাবুল হুছেইন
পখিলা১৯৯৩মৃণাল বৰকটকী
চিত্ৰাংগদা১৯৯৩গুল পাঠক
গৰীয়সী১৯৯৩চন্দ্ৰপ্ৰসাদ শইকীয়া
কথা১৯৯৩ ৰঞ্জিত কুমাৰ দেৱ গোস্বামী(মুখ্য সম্পাদক), শোণিতবিজয় দাস
পৃথ্বি১৯৯৩
প্ৰাচীৰ১৯৯৩মফিজুৰ ৰহমান
সূৰ্য১৯৯৩দীপংকৰ দেৱশৰ্মা
আছাম এমপ্লইমেণ্ট১৯৯৩ডি ডি শৰ্মা
সন্ধানী১৯৯৩দিগন্ত কুমাৰ বৰা
নতুন আশা১৯৯৩ জ্যোতিৰ্ময় হাজৰিকা
স্বৰূপা১৯৯৩শশীপ্ৰভা দাস
বিদ্যাৰ্থী১৯৯৩ ত্ৰৈলাক্য মোহন নাথ
গণপত্ৰিকা১৯৯৩গকুল বৰা(মু স)
নৱ দৃষ্টি১৯৯৩ স্মৃতি কুমাৰ সিংহ
নতুন প্ৰৱাহ১৯৯৩ ভাৰত তামুলী ফুকন
সেউজ চিন্তা১৯৯৩ অৰুণ চাংকাকতি
উত্তৰ পূৱ ভাৰতৰ পামেগাম নাৰী১৯৯৩ মিনেশ্বৰী দৈমাৰী
ঋতুৰফুল১৯৯৩বীৰেণ ফুকন
ন-পথ১৯৯৩গুণকান্ত গগৈ
ফেৰেংগাদাও১৯৯৩ বীৰেণ কাথ হাজৰিকা
লাইপুলীয়া১৯৯৩ বসন্ত মংগল দত্ত, বিপুল শৰ্মা
পাহাৰী সংবাদ১৯৯৩মাণিক দেউৰী
উদীয়মান১৯৯৩ জিতেন দাস, অনন্ত দাস
ন-শক্তি১৯৯৩কুমুদ চন্দ্ৰ তালুকদাৰ
বড়োলেণ্ড ৰাদাৰ১৯৯৩স্বামব্ৰা বসুমতাৰী
সাৰথি১৯৯৩তাজুদ্দিন আহমেদ
আসাম সন্ধান১৯৯৩ডি ডি শৰ্মা
বিজয়িনী১৯৯৩মঞ্জুৰা বৰবৰা
সমন্বয়১৯৯৩বাছা বৰা
সেউজ অনুভূতি১৯৯৩ প্ৰণামী চুতীয়া
অসমৰ বাতৰি কাকতৰ ডেৰশ বছৰীয়া জয়ন্তী বাৰ্তা১৯৯৩ প্ৰফুল্ল চন্দ্ৰ বৰুৱা
অসম মাতৃ ১৯৯৩ ৰতিকান্ত বৰা
জনজাগৰণ১৯৯৩ কমল হায়দৰ
তপোবন১৯৯৪ৰাতুল ভাগৱতী
পাঞ্চজন্য১৯৯৪ ৰমানন্দন বৰা
আগান১৯৯৪পৰাগ কুমাৰ বৰা
ফিৰিঙতি১৯৯৪ অৰুণ মহন্ত
নতুন পৰিচয়১৯৯৪যাদৱ বৰা
সংবাদ বিবিধা১৯৯৪ সুচন্দ্ৰা দাস
লাং চিং ১৯৯৪ ভূপেন দাস
প্ৰতিশ্ৰুতি১৯৯৪পংকজ চৌধুৰী
সোমবাৰ১৯৯৪ মুকুট শৰ্মা
আজিৰ সংবাদ ১৯৯৪ পৰেশ বৈশ্য
বিশ্ব ক্ৰীড়াংগন১৯৯৪কুমাৰ দাস
জখলা১৯৯৪দ্বীজেন দাস
ন-কলাখাৰ১৯৯৪বুবল চন্দ্ৰ ডেকা
কালৰ কথা১৯৯৪ভীমসেন সিংহ
আমাৰ খবৰ১৯৯৪বিকাশ গোস্বামী
নৰ্থ ইষ্টাৰ্ণ হুজ হু১৯৯৪দীপাংক শইকীয়া
হিদায়েৎ১৯৯৪কেৰামত আলী
খোজ১৯৯৪যোগেন তামুলী
দি নৰ্থ ইষ্টাৰ্ণ হুজ হু১৯৯৪শচীন ফুকন
সূচনা১৯৯৪হাৰনুল ৰছিদ
নতুন ধাৰা১৯৯৪কণমনি কাকতি
জননী১৯৯৪অৰ্চনা গগৈ
কিশলয়১৯৯৪প্ৰণৱজ্যোতি শইকীয়া, লাচিত বৰা
গণকণ্ঠ১৯৯৪জিতেন্দ্ৰ দাস
অধিকাৰ১৯৯৪হাফিজ আহমেদ
নৰ্থ ইষ্ট পিপলছ১৯৯৪প্ৰাজনা আনন্দ
ফিৰিঙতি১৯৯৪
অবিকল১৯৯৪সতীশ ভট্টাচাৰ্য
প্ৰৱাহ ১৯৯৫ জ্যোতিষ ভট্টাচাৰ্য
পাহাৰী দৰ্পণ১৯৯৫মণিশংকৰ পুৰকায়স্থ
মহানগৰ১৯৯৫অৰূপা বৰুৱা
ই মুখ১৯৯৫বাৰুল ইছলাম
পূৰ্ণিমা১৯৯৫ডা: পি বিৰমানী
বৰ্তমান ১৯৯৫ প্ৰণয় ৰয়
সুৰভি১৯৯৫প্ৰতাপজ্যোতি বৰা
প্ৰত্যয়১৯৯৫সুৰগিত বৰুৱা
প্ৰাচ্যলিপি১৯৯৫দীপাংক দাস
শব্দভেদী১৯৯৫আফতাবুল হুছেইন
অকণিৰ অগ্ৰদূত১৯৯৫ৰমেন শইকীয়া
মইনা১৯৯৫অতুল বৰা
স্বৰাজ১৯৯৫দুৰ্লভ চন্দ্ৰ মহন্ত
কবিতা১৯৯৬ শোণিত বিজয় দাস
মায়া১৯৯৯পবিত্ৰ মাৰ্ঘেৰিটা
ৰোমাঞ্চ১৯৯৯মুকুল কলিতা
প্ৰিয় সখী২০০০জীমণি চৌধুৰী
নন্দিনী২০০০মাইনী মহন্ত
জিলিঙনি২০০০প্ৰদীপ কুমাৰ মেধি(অবৈ)
স্বাস্থ্য চৰ্চা২০০০ডা০আশ্বাৰফুল আলম
হিয়া২০০০ৰঞ্জু হাজৰিকা
নাইনথ কলাম২০০১সৌমেন ভাৰতীয়_প্ৰসুন বৰ্মন আৰু অভিজিৎ চক্ৰৱৰ্তী
ৰ'দ কাঁচিয়লি২০০১জেহিৰুল হুছেইন
জোনাক২০০১প্ৰকাশ শৰ্মা
ৰং২০০১মাধূৰ্য মণ্ডিত বৰুৱা
প্ৰান্তশ্ৰী২০০২কুমুদ গোস্বামী
সঁফুৰা(পুনৰ প্ৰকাশ)২০০২ভবেন্দ্ৰ নাথ শইকীয়া
ৰংমেলা২০০২ অৰুণ ভাগৱতী
শিক্ষা২০০৩ইউ কে হৰ্ষবৰ্ধন
খোজ২০০৩ ৰাজীৱ গগৈ
৩০ দিন২০০৩পৱিত্ৰ কুমাৰ ডেকা
বান্ধৱ ২০০৩বিনয় মোহন শইকীয়া
পাৰিজাত২০০৩বাহাৰুদ্দিন শইকীয়া
কথা গুৱাহাটী২০০৪ৰঞ্জিত কুমাৰ দেৱগোস্বামী(মু স)_শোনিত বিজয় দাস(স)
মুহূৰ্ত২০০৪প্ৰণৱ কুমাৰ বৰ্মন
চিত্ৰালী২০০৪ৰেজেক আলী আহমেদ
নতুন ৰাগিনী২০০৪অলকা বৰুৱা
পটভূমি২০০৪ ৰবীন্দ্ৰ বৰা
অসমীয়া সা ৰে গা মা২০০৪পৱিত্ৰ মাৰ্ঘেৰিটা
জোনাকী বাট২০০৪জুনু বৰা
সাধনা২০০৪প্ৰনয় বৰদলৈ
সপ্তৰ্ষি২০০৪ হিৰণ্যময়ী বৰুৱা
অকণিৰ হাঁহি২০০৪হিৰণ্যময়ী বৰুৱা
প্ৰিয়ামণি২০০৪দিলীপ নাথ
হেঁপাহ২০০৪ৰাম হাজৰিকা
জোনাক২০০৪গগন চন্দ্ৰ অধিকাৰী
মাহেকীয়া কেৰিয়াৰ গাইড২০০৪প্ৰীতিমা কৌশিক বৰুৱা
ৰংমন২০০৫প্ৰণয় বৰদলৈ
স্বাস্থ্য আৰু পৰিচৰ্যা২০০৫ ডা প্ৰদীপ বৰুৱা

সাহিত্য অকাডেমি বটাঁপ্ৰাপ্ত অসমীয়া গ্ৰন্থসমূহ

অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল আৰু গ্ৰন্থৰ তালিকা

চনব্যক্তিৰ নামবঁটাপ্ৰাপ্ত গ্ৰন্থৰ নামবিষয়
১৯৫৫যতীন্দ্ৰ নাথ দুৱৰাবনফুলকবিতা সংকলন
১৯৬০বেণুধৰ শৰ্মাকংগ্ৰেছৰ কাঁচিয়লি ৰ’দতস্মৃতিকথা
১৯৬১বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যঈয়াৰুইঙ্গমউপন্যাস
১৯৬৪বিৰিঞ্চি কুমাৰ বৰুৱাঅসমৰ লোক-সংস্কৃতিগদ্য (লোক-সংস্কৃতি বিষয়ক)
১৯৬৬অম্বিকাগিৰী ৰায়চৌধুৰীবেদনাৰ উল্কাকবিতা সংকলন
১৯৬৭ত্ৰৈলোক্য নাথ গোস্বামীআধুনিক গল্প সাহিত্যগদ্য (সাহিত্য সমালোচনা)
১৯৬৮নলিনীবালা দেৱীঅলকানন্দাকবিতা সংকলন
১৯৬৯অতুল চন্দ্ৰ হাজৰিকামঞ্চলেখাগদ্য (অসমীয়া মঞ্চ-নাট বিষয়ক)
১৯৭০লক্ষ্মীনাথ ফুকনমহাত্মাৰ পৰা ৰূপকোঁৱৰলৈস্মৃতিকথা
১৯৭২চৈয়দ আব্দুল মালিকঅঘৰী আত্মাৰ কাহিনীউপন্যাস
১৯৭৪সৌৰভ কুমাৰ চলিহাগোলামগল্প সংকলন
১৯৭৫নৱকান্ত বৰুৱাককাদেউতাৰ হাড়উপন্যাস
১৯৭৬ডঃ ভবেন্দ্ৰ নাথ শইকীয়াশৃংখলগল্প সংকলন
১৯৭৭আনন্দ চন্দ্ৰ বৰুৱাবকুল বনৰ কবিতাকবিতা সংকলন
১৯৭৮হোমেন বৰগোহাঞিপিতা-পুত্ৰউপন্যাস
১৯৭৯ভবেন বৰুৱাসোণালী জাহাজকবিতা সংকলন
১৯৮০যোগেশ দাসপৃথিৱীৰ অসুখগল্প সংকলন
১৯৮১নীলমণি ফুকনকবিতাকবিতা সংকলন
১৯৮২মামণি ৰয়ছম গোস্বামী (ইন্দিৰা গোস্বামী)মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসউপন্যাস
১৯৮৩নিৰ্মলপ্ৰভা বৰদলৈসুদীৰ্ঘ দিন আৰু ৰাতিকবিতা সংকলন
১৯৮৪দেবেন্দ্ৰ নাথ আচাৰ্যজংগমউপন্যাস
১৯৮৫কৃষ্ণকান্ত সন্দিকৈ (মৰণোত্তৰভাৱে)কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰগদ্য (সাহিত্য সমালোচনা)
১৯৮৬তীৰ্থনাথ শৰ্মাবেণুধৰ শৰ্মাজীৱনী
১৯৮৭হৰেকৃষ্ণ ডেকাআন এজনকবিতা সংকলন
১৯৮৮লক্ষ্মীনন্দন বৰাপাতাল ভৈৰৱীউপন্যাস
১৯৮৯হীৰেন গোহাঁইঅসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাগদ্য
১৯৯০স্নেহ দেৱী (মৰণোত্তৰভাৱে)স্নেহ দেৱীৰ একুঁকি গল্পগল্প সংকলন
১৯৯১অজিৎ বৰুৱাব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যকবিতা সংকলন
১৯৯২হীৰেণ ভট্টাচাৰ্যশ‍ইচৰ পথাৰ মানুহকবিতা সংকলন
১৯৯৩কেশৱ মহন্তমোৰো যে কিমান হেঁপাহকবিতা সংকলন
১৯৯৪শীলভদ্ৰ (ৰেৱতী মোহন দত্তচৌধুৰী)মধুপুৰ বহুদূৰগল্প সংকলন
১৯৯৫চন্দ্ৰপ্ৰসাদ শ‍ইকীয়ামহাৰথীউপন্যাস
১৯৯৬নিৰুপমা বৰগোহাঞিঅভিযাত্ৰীউপন্যাস
১৯৯৭নগেন শইকীয়াআন্ধাৰত নিজৰ মুখগল্প সংকলন
১৯৯৮অৰুণ শৰ্মাআশীৰ্বাদৰ ৰংউপন্যাস
১৯৯৯মেদিনী চৌধুৰীবিপন্ন সময়উপন্যাস
২০০০অপূৰ্ব শৰ্মাবাঘে টাপুৰ ৰাতিগল্প সংকলন
২০০১মহিম বৰাএধানী মাহীৰ হাঁহিউপন্যাস
২০০২নলিনীধৰ ভট্টাচাৰ্যমহৎ ঐতিহ্যগদ্য
২০০৩বীৰেশ্বৰ বৰুৱাঅনেক মানুহ অনেক ঠাই আৰু নিৰ্জনতাকবিতা সংকলন
২০০৪হীৰেন্দ্ৰ নাথ দত্তমানুহ অনুকুলেকবিতা সংকলন
২০০৫য়েছে দৰজে ঠংচিমৌন ওঁঠ মুখৰ হৃদয়উপন্যাস
২০০৬অতুলানন্দ গোস্বামীচেনেহ জৰীৰ গাঁথিগল্প সংকলন
২০০৭পূৰবী বৰমুদৈশান্তনুকুলনন্দনউপন্যাস
২০০৮ৰীতা চৌধুৰীদেও লাংখুইউপন্যাস
২০০৯ধ্ৰুৱজ্যোতি বৰাকথা ৰত্নাকৰউপন্যাস
২০১০কেশদা মহন্তঅসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰিগদ্য (সাহিত্য বিষয়ক)
২০১১কবীন ফুকন (মৰণোত্তৰভাৱে)এই অনুৰাগী এই উদাসকবিতা সংকলন
২০১২চন্দনা গোস্বামীপাটকাইৰ ইপাৰে মোৰ দেশউপন্যাস
২০১৩ৰবীন্দ্ৰ সৰকাৰধূলিয়ৰী ভৰিৰ সাঁচকাব্য সংকলন
২০১৪অৰূপা কলিতা পটংগীয়ামাৰিয়াম অষ্টিন অথবা হীৰা বৰুৱাগল্প সংকলন

অসম উপত্যাকা বটাঁ বিজেতাসকল

অসম উপত্যাকা বটাঁ বিজয়ী সাহিত্যিকসকল

১৯৯০ ভৱেন্দ্ৰ নাথ শইকীয়া
১৯৯১ হোমেন বৰগোহাঞি
১৯৯২ চৈয়দ আব্দুল কালাম
১৯৯৩ নৱকান্ত বৰুৱা
১৯৯৪ যোগেশ দাস
১৯৯৫ সৌৰভ কুমাৰ চলিহা
১৯৯৬ উমাকান্ত শৰ্মা
১৯৯৭ নীলমনি ফুকন
১৯৯৮ মহিম বৰা
১৯৯৯ অজিৎ বৰুবা
২০০০ হীৰেন ভট্টাচাৰ্য
২০০১ শীলভদ্ৰ(ৰেৱতী মোহন দত্ত চৌধুৰী)
২০০২ চন্দ্ৰ প্ৰসাদ শইকীয়া
২০০৩ নিৰুপমা বৰগোহাঞি
২০০৪ লক্ষ্মীনন্দন বৰা
২০০৫ অৰুণ শৰ্মা
২০০৬ নলিনীধৰ ভট্টাচাৰ্য
২০০৭ নগেন শইকীয়া
২০০৮ ৰংবং টেৰাঙ
২০০৯ ইমৰান শ্বাহ
২০১০হৰেকৃষ্ণ ডেকা
২০১১ পূৰৱী বৰমুদৈ
২০১২সমীৰ তাঁতী
২০১৩অতুলানন্দ গোস্বামী
২০১৪হীৰেন্দ্ৰ নাথ দত্ত

মুনিন বৰকটকী বটাঁ বিজেতাসকল

মুনীন বৰকটকী বঁটা বিজয়ীসকল

১৯৯৫ড: ৰবীন শৰ্মা (পাঁচাৰ পাচালী, গল্প) আৰু শিৱানন্দ কাকতি (আমৃত্যু অমৃত, গল্প)
১৯৯৬লুৎফা হানুম চেলিমা বেগম (সেউজীয়া বাট এটা বিচাৰিছে সৰাপাটবোৰে, কবিতা) আৰু ডঃ ভৃংগেশ্বৰ শৰ্মা (কামাখ্যা ফাৰ্মাছিত চাৰিজন বন্ধু, গল্প)
১৯৯৭অনুভৱ তুলসী (দোৰোণ ফুল, কবিতা)
১৯৯৮কুল শইকীয়া (আখৰাত মই আৰু অন্যান্য, গল্প)
১৯৯৯বিতোপন বৰবৰা (মোৰো এটা সপোন আছিল, গল্প) আৰু ৰাজীৱ বৰুৱা (পানীৰ ঘৰ, কবিতা)
২০০০মৌচুমী কন্দলী (লামবাদা নাচৰ শেষত, গল্প), দীপক কুমাৰ গগৈ আৰু পঙ্কজজ্যোতি ভূঞা (ইষ্টাণ্টিক, নাটক)
২০০১নৱনীতা গগৈ (ছাঁ-পোহৰত অকলে, গল্প) আৰু মুনীন বায়ন (কিতাপ আৰু সংলাপ, সমালোচনা)
২০০২হেমাঙ্গ কুমাৰ দত্ত (অথবা, কবিতা) আৰু গংগা মোহন মিলি (নদী মানুহৰ ঠিকনা, কবিতা)
২০০৩কুশল দত্ত (ইলেক্ট্ৰনিক চৰাই, কবিতা) আৰু মনোজ বৰপূজাৰী (আমলখি গছৰ সুহুৰি, কবিতা)
২০০৪মণিকুন্তলা ভট্টাচাৰ্য (প্ৰস্তৰ কন্যা, গল্প) আৰু মনালিছা শইকীয়া (পুনৰ জনম লৈ তেজিমলাই, গল্প)
২০০৫মণিকা দেৱী (প্ৰিয় আলাপ, গল্প) আৰু ধ্ৰুৱজ্যোতি শৰ্মা (দ্বীপ, গল্প)
২০০৬অজিৎ গগৈ (ৰঙা জেঠি, কবিতা) আৰু আব্দুছ ছামাদ (বৈ যায় চম্পাৱতী, উপন্যাস)
২০০৭অনামিকা বৰা (জলাশয়, গল্প) আৰু বিজয় শংকৰ বৰ্মন (দেও, কবিতা)
২০০৮গীতালি বৰা (সম্ভৱতঃ, গল্প) আৰু কমল কুমাৰ তাঁতী (মাৰাংবুৰু আমাৰ পিতা, কবিতা)
২০০৯দিগন্ত ওজা (সন্ধিক্ষণত মানুহ, আলোচনা) আৰু ৰত্না ভৰালী তালুকদাৰ (ঘৰ ঘৰ খেলিবা আহা, গল্প)
২০১০অৰূপ নাথ (সাউদ, গল্প) আৰু ৰূপলেখা দেৱী (অন্যত্ৰ বিৰলা দেৱী, উপন্যাস)
২০১১ৰশ্মিৰেখা বৰা (শিঙৰাজানৰ ৰূপকথা, গল্প) আৰু অৰিন্দম বৰকটকী (অনুশীলন, সমালোচনা)
২০১২ সঞ্জীৱ পল ডেকা (এই পিনে কি আছে, গল্প) আৰু শৰ্মিষ্ঠা প্ৰীতম (আত্মকথা, আত্মজীৱনী)
২০১৩মৃদুল হালৈ (অকলে আছোঁ কুশলে আছোঁ, কবিতা সংকলন) আৰু অপু ভৰদ্বাজ (মস্তিষ্কৰ চিনেমা, গল্প সংকলন)
২০১৪তুলিকা শইকীয়া (চাৰিশালৰ গোসাঁনীৰ তেজ,উপন্যাস)আৰু দিব্যজ্যোতি বৰা (টোপনি,কবিতা সংকলন)